স্থানীয় বাৰ্তা

নাজিৰাত শাৰীৰিক দূৰত্ব ৰক্ষাৰে ২০৫ জনলৈ খাদ্য সামগ্ৰী বিতৰণ।

নাজিৰা : ক'ভিড - ১৯ ৰোগ প্ৰতিৰোধৰ লগতে ব্যাপক সামাজিক শৃংখলাৰে এই ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লকডাউন আৰু সান্ধ্য আইনৰ কবলত পৰি ৰোৱা ২০৫ জন লোকক...

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া : নদীত পৰি কৰুণ মৃত্যুক সাৱটি লোৱা জগত কোঁৱৰ পৰিয়াললৈ চাৰি লাখ টকা আৰ্থিক অনুদান ঘোষণা।

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ মুখলধাৰে দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন...

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

ননৈঃ "মন কৰিলেই ছন বাকৰি মাটিতেই ধন”-- এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে...

হাৰিয়া নৈত ডুব যোৱা বৰক’লাৰ যুৱক চিংকু বৰদলৈ মৃতদেহ উদ্ধাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা ননৈ : নগাঁও জিলাৰ বৰক’লা আদৰ্শ লালুং গাৱঁৰ চিংকু বৰদলৈ নামৰ এজন যুৱক (৩৫) হাৰিয়া নৈত গা ধুবলৈ বুলি যাওঁতে নৈৰ বুকুত...

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া...

Popular