স্থানীয় বাৰ্তা

ছাত্ৰনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অতিৰিক্ত উপায়ুক্ত-পিংকু দাসৰ । সংবাদমেলত দৰং অনুসূচীত জাতি পৰিষদৰ সভাপতিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ।

মঙলদৈ : সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা আৰু দৰং জিলা অনুসূচীত জাতি পৰিষদৰ মাজত সৃষ্টি হোৱা অভিযোগ-প্ৰতিঅভিযোগৰ যুঁজৰ মাজতেই বিষয়টি সন্দৰ্ভত দৰঙৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত...

ডবকাৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি কৰাৰ পৰিকল্পনা দুৰ্বৃত্তৰ ।

দৈনন্দিন বাৰ্তা: ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিফু ৰোড শাল বাগানত যোৱা নিশা দুৰ্বৃত্তই প্ৰকাণ্ড শাল গছ ৰাস্তাৰ মাজত  বগৰাই দিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকা...

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ নাৰায়ণ হাজৰিকাৰ মৃত্যু।

দৈনন্দিন বাৰ্তা: জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ সৰবৰহী ব্যক্তি, সমাজকৰ্মী নাৰায়ণ হাজৰিকা(৬৪)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ দেওবাৰে হঠাৎ উচ্চ ৰক্তচাপিত ৰোগত আক্ৰান্ত হোৱাত লোকজনক ততাতৈয়াকৈ তেজপুৰস্হিত...

অসাধু চক্ৰৰ বিৰুদ্ধে সাজু চিবিআই : মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰে বজাৰত বিক্ৰী নকল ছেনিটাইজাৰ ।

দৈনন্দিন বাৰ্তা: ক’ৰোনৰ বিৰুদ্ধে অন্যতম অস্ত্ৰ হেণ্ড ছেনিটাইজাৰ৷ এই হেণ্ড ছেনিটাইজাৰ লৈ সাৱধানবাণী শুনালে চিবিআইয়ে৷ চিবিআইয়ে সতৰ্ক কৰিছে যে মাৰাত্মক ৰাসায়নিক দ্ৰব্য দি নকল ছেনিটাইজাৰ...

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ দিগন্ত কাকতিক বাইচাইকেল প্ৰদান কৰুণা ফাউণ্ডেচনৰ ।

বিকাশ শইকীয়া : চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে তিনিটা বিষয়ত লেটাৰসহ ৭৮.১৬ শতাংশ নম্বৰলৈ ষ্টাৰ পাই উত্তীৰ্ণ হয় মাজুলীৰ দক্ষিণপাট দীঘলী গাঁৱৰ গণেশ কাকতিৰ পুত্র...

Popular