স্থানীয় বাৰ্তা

ঈদৰ বজাৰৰ নামত অনাহকত নগৰত সমবেত হৈ ল’কডাউন ভংগ নকৰিবলৈ শিৱসাগৰৰ মছজিদ পৰিচালনা সমন্বয়ৰক্ষী সমিতিৰ আহ্বান

শিৱসাগৰ  সমগ্ৰ বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে  মানৱ জীৱনলৈ যি বিপদ নমাই আনিছে ইয়াক লৈ এতিয়া ত্রস্তমান প্ৰতিখন দেশেই। কেন্দ্ৰীয় আৰু অসম চৰকাৰে মানৱ সম্পদ ৰক্ষা কৰাৰ...

মঙলদৈত অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতৰ কাষত যুৱ নেতা পিংকু দাস : আগবাঢ়ালে মাস্ক, খাদ্য-সামগ্ৰী

মঙলদৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো কিছু শিথিলতাৰ মাজত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ সময়তে মঙলদৈৰ প্ৰায় অৰ্ধশতাধিক...

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত অনিয়মৰ অভিযোগ : পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়ালৰ নাম অন্তভূক্তৰে অভিলেখ কলিয়াবৰত

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত বিয়াগোম কেলেঙ্কাৰীয়ে সকলোৰে চকু কপালত তুলিছে। তালিকাত একেটা...

বৰুৱাঝাৰ সমবায় সমিতিৰ তেল চুৰি কাণ্ডৰ ন ন তথ্য উন্মোচণ : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খাৰুপেটীয়া সমগ্ৰ ৰাজ্যজুৰি লকডাউন, সান্ধ্য আইন চলি থকাৰ সময়তেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত দুলিয়াপাৰা  গাঁৱত যোৱা ৩ মে নিশা প্ৰায় ১০.৩০ বজাত এএছ...

ৰাজ্যৰ পশুপালন বিভাগৰ ফোপুলাস্বৰূপ : বিষয়া কৰ্মচাৰী অভাৱে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ পশুপালকলৈ

টীয়ক  সমগ্ৰ বিশ্ব, দেশ জাতি আজি ক’ৰোনাতংকৰ  ত্ৰাস্তমান হৈ থকাৰ সময়তে ৰাজ্যৰ পশুকুলৰ মাজত সন্তপৰ্ণে আহি প্ৰবেশ কৰিলেহি  "ছোৱাইন ফিভাৰৰ" দৰে মাৰাত্মক ৰোগ৷ উজনি অসমত...

Popular