স্থানীয় বাৰ্তা

ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra

ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra

মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ

মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ। নলবাৰীৰ গংগাপুৰত দেওবাৰে দুৰ্বৃত্তৰ আক্ৰমণত নিহত মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ।

নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডঃ লাভ জেহাদৰ বাবেই যুৱকক হত্যা

নলবাৰীৰ গংগাপুৰ লাভ জেহাদৰ ভয়কংৰ ঘটনা। বিশেষ সম্প্ৰদায় যুৱকৰ আক্ৰমণত নিহত এজন যুৱক।সংকটজনক অৱস্থাত চিকিৎসা এগৰাকী যুৱতী।

সাৱধান! আপুনি খোৱা পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং

বৰপেটাৰোডত ভয়ংকৰ কাণ্ড বৰপেটাৰোডৰ শাক-পাচলি বজাৰত পোহৰলৈ আহিছে এক ভয়ঙ্কৰ আৰু শিহৰণকাৰী দৃশ্য।

বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু

বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু

Popular