স্থানীয় বাৰ্তা

মহানগৰীত একেলগে সন্ধানহীন ৪গৰাকীকৈ ছাত্ৰী

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। একেলগে সন্ধানহীন ৪গৰাকীকৈ ছাত্ৰী। গুৱাহাটী মহানগৰীৰ বশিষ্ঠত এই চাঞ্চল্যকৰ ঘটনা।

নলবাৰীৰ মাধুৰ্য বৰ্মনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল

নলবাৰীৰ মাধুৰ্য বৰ্মনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল, লাভ জেহাদৰ ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুওৱা মাধুৰ্য বৰ্মনৰ পিতৃৰ অনুৰোধ।

আছিফ খান ওৰফে ৰ’জ আলীৰ বিৰুদ্ধে আজিও অব্যাহত প্ৰতিক্ৰিয়া

লাভ জেহাদী আছিফৰ জানাজা নকৰাৰ সিদ্ধান্ত ৰাইজৰ। ছাত্রনেতা হত্যাক লৈ নলবাৰীত আজিও অব্যাহত চাঞ্চল্য।

ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন

ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰ’জ আলী

ৰ'জ আলীক আৰক্ষীৰ ENCOUNTER। নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক আৰক্ষীৰ এনকাউণ্টাৰ।

Popular