স্থানীয় বাৰ্তা

পুৱতি নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত তিনিজন

পুৱতি নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত তিনিজন

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা। বৃহস্পতিবাৰত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা নামাজ অনুষ্ঠিত হ'ব।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট

জুবিন গাৰ্গ ন্যায়ৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কয় যে ন্যায়ৰ যুদ্ধখনত সত্যৰে জয় হ'ব !

মাৰ্ঘেৰিটাত এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদঃ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ

মাৰ্ঘেৰিটাত এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদঃ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ

কামপুৰত নিশা মন্দিৰত গছ পৰি অঘটন

কামপুৰ শিৱ মন্দিৰত অঘটন। নিশা গছ পৰি বিস্তৰ ক্ষতি সাধন দক্ষিণ কপিলী পৰীয়া আঞ্চলিক শিৱ মন্দিৰৰ।

Popular