Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
Assam CEEত পুনৰ উজলিল ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণন স্কুল, ৰাজ্যৰ প্ৰথম স্থান দখল সমীৰণ হাজৰিকাৰ
এছএছবিৰ জোৱানসকলৰ কল্যাণৰ বাবে লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ ফালৰ পৰা ৱাটাৰ কুলাৰ প্ৰদান ।PARAM
তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাৰ
Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ
অসম
দৈনন্দিন বাৰ্তা
-
October 21, 2024
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত দোকনীয়, গাওঁবুঢ়াৰ পাম, টাঙোনমাৰী আদি ঠাইত খিলঞ্জীয়া কৃষকে কৃষিৰ জৰিয়তেই নিজৰ লগতে পৰিয়ালৰ পোহপাল দি আহিছে। কিন্তু আজিৰ পৰা দুই তিনিবছৰ ভিতৰত হঠাতেই অখিলঞ্জীয়া লোকৰ অবৈধ আগ্ৰাসনত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে
Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)
Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ
অসম
দৈনন্দিন বাৰ্তা
-
October 19, 2024
টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ চাৰিটাকৈ শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা, সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু, আহোম সভা আৰু আহোম সেনাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰৰ দুয়োখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। (Tai Ahom Community )
Durga Puja 2024: শাৰদীয় দুৰ্গোৎসৱৰ মাজত শোণিতপুৰত সংঘটিত হৈছে ৬৬টা পথ দুৰ্ঘটনা
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 14, 2024
:শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে এইবেলি শোণিতপুৰত একাংশ উদণ্ড অতপালিত সংঘটিত হোৱা কেবাটাও পথ দুৰ্ঘটনাত একাধিক লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৬০ৰ অধিক লোক৷ উল্লেখ্য যে,কালি তেজপুৰৰ পৰ্বতীয়াৰ কৌশিকপুৰত এদল উদণ্ড মটৰচাইকেল চালকৰ অতপালিৰ ফলত পূজাৰ বিসৰ্জন দৰ্শনৰে সপত্নীক ঘৰলৈ উভতি অহা দীপৰঞ্জন বৰা নামৰ লোকজনক মহতিয়াই নিয়ে এদল উদণ্ড মটৰচাইকেল চালকে ৷ (Durga puja 2024)
Golden Langur Conservation: হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সুন্দৰ প্ৰয়াস
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 13, 2024
দুষ্প্ৰাপ্য হলৌ বান্দৰ সংৰক্ষণৰ বাবে ৰাজাপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগ । চানডুবিৰ জৈৱ-বৈচিত্ৰৰে সমৃদ্ধ অঞ্চলটোত হলৌ বান্দৰৰ প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ বাবে সকলোৰে মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জনজাতীয় যুৱ সংঘৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ(Golden Langur Conservation) ।
1
...
293
294
295
...
2,182
Page 294 of 2,182
Popular
কেন্দ্ৰীয় স্বাস্থ্য পৰিষদৰ বৈঠকত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডিজিটেল স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰিবলৈ নতুন পদক্ষেপৰ শুভাৰম্ভ
দৈনন্দিন বাৰ্তা
-
June 30, 2026