স্থানীয় বাৰ্তা

Durga Puja। আধ্যাত্মিক পৰিৱেশত দেৱী বন্দনাৰে মুখৰিত দক্ষিণ কামৰূপৰ শক্তিপীঠ

Durga Puja।  সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰায় কেবাশতাধিক পূজা মণ্ডপত আজি চাৰিটাকৈ দিন দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল ।হেজাৰ হেজাৰ ভক্তৰ দেৱী আৰাধনাৰ কোলাহলত বুৰ গ'ল শক্তিপীঠ সমূহৰ লগতে দুৰ্গোৎসৱৰ স্থান সমূহ।

Pragya Sadhak Sanman: বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক ‘প্ৰজ্ঞা সাধক-২০২৪’ সন্মান প্ৰদান

অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপৰ সহযোগত প্ৰজ্ঞা সাহিত্য মঞ্চই আগবঢ়োৱা এই সন্মান শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ (Pragya Sadhak Samman-2024)

Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮

(Lakhimpur )লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নিত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১৮ গৰাকীকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইয়াৰে এটি ৭ বছৰীয়া শিশু আৰু এগৰাকী মহিলা অধিক অসুস্থ হৈ পৰাত শিশুটি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু মহিলাগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

Ex-ULFA Members Initiate Farming: বাঘেশ্বৰ চৰৰ বৃহৎ কৃষিভূমিত দৰঙৰ প্ৰাক্তন আলফা সদস্যৰ কৃষিকৰ্ম

হাতৰ বন্দুক এৰি এইবাৰ কোৰ, নাঙল লৈ কৃষি বিপ্লৱত নামিল প্ৰাক্তন আলফা। বাঘেশ্বৰ চৰৰ ২০০০ বিঘা কৃষিভূমিত ট্ৰেক্টৰ লগালে দৰঙৰ প্ৰাক্তন আলফা সদস্যই(Agricultural Revolution)।

BTC: কাজলগাঁৱত ১,৮৮৬ গৰাকী হিতাধিকাৰীক ভূমি পাট্টা বিতৰণ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

(BTC) অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ভূমিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ অবিহনে জীৱনত নিজৰ অৰ্থ হেৰুৱাই পেলায়।

Popular