স্থানীয় বাৰ্তা

Meat traders: কাহিলিপাৰা, লালগণেশত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত মাংস ব্যৱসায়ী সকলৰ মাজত পৰিষ্কাৰ-পৰিচন্নতা বিষয়ক এখনকৈ মুঠ দুখন সজাগতা সভা অনুষ্ঠিত হয়।(Meat traders)

Darrang News:ছাত্ৰ হত্যাকাণ্ড! ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীসহ ১২গৰাকী কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি। (Darrang News)

Tea Workers Protest for Bonus: চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম

শাৰদীয় দুৰ্গা পূজা সমাগত হ’লেই বোনাচক কেন্দ্ৰ কৰি বৃদ্ধি হয় চাহ শ্ৰমিকৰ ক্ষোভ, অসন্তুষ্টি ৷ প্ৰতি বছৰৰ দৰেই এইবাৰ ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ(Dibrugarh Tea Gardens) ৷ দুৰ্গা পূজাৰ পূবেই ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ কৰিছে বাগিচাৰ শ্ৰমিকসকলে(Tea Workers Protest for Bonus) ৷

North Jalukbari News: উত্তৰ জালুকবাৰীত কামৰূপ মহানগৰ জিলাৰ কবি সন্মিলনৰ পোহৰৰ দিন আৰু কবিতাৰ দিন উদযাপন

"কামৰূপ মহানগৰ জিলা কবি সন্মিলন"ৰ উদ্যোগত এখন কবি সন্মিলন ২১ ছেপ্টেম্বৰত সন্মিলন"ৰ বৰ্তমানৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধ্যাপক হাচমত আলীৰ উনাশী সংখ্যক জন্মদিনটো তেওঁৰ উত্তৰ জালুকবাৰীস্থিত বাসভৱনত পোহৰৰ দিন আৰু কবিতাৰ দিন হিচাপে উদযাপন কৰা হয়।(North Jalukbari News)

Darrang News: দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ

দৰঙৰ মহলীয়াপাৰা পদুম পুখুৰী হাইস্কুলত অঘটন। দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰান গ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ। অভিজিৎ বৰুৱাসহ ৩ ছাত্ৰক আটক। (Darrang News)

Popular