Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি মিছন মুডত বন বিভাগ
মুকালমুৱাৰ ঘোগাত ভয়াবহ পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত আহতক GMCHলৈ প্ৰেৰণ
Assam CEEত পুনৰ উজলিল ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণন স্কুল, ৰাজ্যৰ প্ৰথম স্থান দখল সমীৰণ হাজৰিকাৰ
Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 20, 2024
প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি। তাৰপিছতে নাবালিকাৰ সৈতে অশ্লীল ভিডিঅ’ বাহিৰ হয় ছ’চিয়েল মিডিয়াত এজন ONGCৰ কৰ্মচাৰীৰ।(Nazira ONGC employee goes to jail)
Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
চৰকাৰ আৰু বিভাগীয় কতৃপক্ষই বলপূর্বক ৰাইজৰ মুৰত জাপি দিয়া স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাক লৈ ডিমৌৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাইজৰ সহযোগত ডিমৌৰ বিভাগীয় কাৰ্যালয় সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি দুখিয়া-দৰিদ্ৰ লোকৰ তেজ খোৱা স্মার্ট মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনাইছিল। কিন্তু বিভাগীয় কতৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কোনো কাৰণতে গুৰুত্ব নিদিলে। সেয়ে আজি পুনৰ খাটি খোৱা ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কতৃপক্ষক চমজাই দিয়েহি। (Smart Meter)
Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
সুৰাৰ সেৱন কৰি প্ৰায়েই ঘৰত অশান্তি কৰিছিল দিপু বৰুৱাই। যোৱা নিশাও সুৰাৰ ঘাটীৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দিপু বৰুৱাই ঘৰত সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি৷ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে ৷ (Father killed son in Sivasagar)
Eye Check-Up Camp: মালিগাৱঁত লায়নচ ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
September 15, 2024
লায়নচ ক্লাৱ অফ ৰিভাৰভিউৰ উদ্যোগত আৰু মালিগাওঁ চাটেলগেট কালী মন্দিৰ উন্নয়ন কমিটিৰ সহযোগত আজি এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন হয়।(Free eye check-up camp at lions club's initiative in Maligaon)
Distinguished Business Honours :কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান
অসম
দৈনন্দিন বাৰ্তা
-
September 10, 2024
ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ লালি গোৰাছ প্ৰাঙ্গনত নবোদয়া মহিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বৰ ওলহ-মালহেৰে ৰবিবাৰে উৎযাপন হয় দ্বিতীয় বাৰ্ষিক তীজ সামাৰোহ।গোৰ্খা জনগোষ্ঠীয় মহিলা সকলৰ অতি আদৰৰ উৎসৱ তীজ। (Distinguished Business Honours ) গোৰ্খা সমাজত মহিলাৰ স্থান সকলোতকৈ উচ্চ।
1
...
299
300
301
...
2,182
Page 300 of 2,182
Popular
ট্ৰাম্পে মহিলা সাংবাদিকক দিব লাগিব ক্ষতিপূৰণ ৫০ লাখ ডলাৰ
দৈনন্দিন বাৰ্তা
-
July 1, 2026