স্থানীয় বাৰ্তা

গোগামুখৰ মিংমাং জলপ্ৰপাতত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশঃ দুয়োগৰাকী যুৱকৰে নিশ্চিত মৃত্যুৰ আশংকা

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৯ জুলাইঃ ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সীমান্তবৰ্ত্তী তথা গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং ৰূপহী জলপ্ৰপাতত পুনৰ এক...

ছবি গৃহত বহিৰাগত যুৱকক নিযুক্তি দিয়াৰ বাবে নাজিৰা ছবিগৃহ ঘেৰাও বীৰ লাচিত সেনাৰ…

অসম তথা স্থানীয় ভাৱে নিবনুৱাক এশ শতাংশ কৰ্মসংস্থাপন দিয়াটো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দায়িত্ব। কিন্তু নাজিৰা বোলছবি সমবায় সমিতিয়ে থলুৱা যুৱক-যুৱতীক কৰ্মস্থলীৰ পৰা আঁতৰাই টংলা, ওদালগুৰি,...

পশ্চিম গুৱাহাটীৰ ৰাণী আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ, ৰোৱনীৰ মাজত উচাহৰ ধল…

শাওনৰ মাহ মানে অসমৰ কৃষকৰ আশাৰ মাহ, হেঁপাহৰ মাহ। আঘোণ মাহত সোণগুটি চপাবলৈ হলে এই শাওন মাহতে তাৰ পৰিকল্পনা ৰচিব লাগিব। যাৰ বাবে শাওন...

তিতাবৰৰ চুঙী চাহ বাগিচাত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন…

তিতাবৰৰ চুঙী চাহ বাগিচা প্ৰাথমিক সংঘৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধ্যা বাগিচাখনৰ কাৰ্যালয় প্ৰাঙ্গনত বাগিচাখনৰ পৰা উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন...

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত নগাঁও জিলাৰ মহিলা মৰ্চাৰ সহযোগত নগাঁও জিলাৰ বট্ৰদোৱা সমষ্টিৰ সদৰ মণ্ডলৰ ২৩নং মহলাৰ অন্তৰ্গত পলিটেকনিকত...

Popular