স্থানীয় বাৰ্তা

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক। তেজপুৰ আদালতত হাজিৰ কৰা হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷

শিৱসাগৰত অঘটনঃ মাজভাগতে ভাগিল গেমন দলং

শিৱসাগৰত অঘটন। শিৱসাগৰত মাজভাগতে ভাগিল গেমন দলং। মেৰামতিৰ সময়ত ভাগিল দিখৌ নদীৰ ওপৰত থকা দলঙখন।

কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা

আজি অশোকাষ্টমী, কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা। ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমল সৃষ্টি “নৃসিংহ যাত্ৰা” ভাওনাৰ সফল মঞ্চায়ন

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমল সৃষ্টি "নৃসিংহ যাত্ৰা" ভাওনাৰ সফল মঞ্চায়ন

বিজেপিৰ টিকটৰ পৰা বঞ্চিত একাধিক নেতা, দলীয় মহলত চৰ্চা তীব্ৰ ।

বিজেপিৰ টিকটৰ পৰা বঞ্চিত একাধিক নেতা, দলীয় মহলত চৰ্চা তীব্ৰ ।

Popular