স্থানীয় বাৰ্তা

নলবাৰীৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন

নলবাৰীৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন

শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয়টো দিন

শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয়টো দিন। অম্বুবাচীক লৈ উদুলি-মুদুলি কামাখ্যা ধাম।

বৰপেটাৰোডত নিশা মৰ্মান্তিক ঘটনাঃ প্ৰাণ হেৰুৱালে দুই উদীয়মান যুৱকে

বৰপেটাৰোডত নিশা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা! ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে সেনাবাহিনীত যোগ দিবলৈ সপোন দেখা দুই উদীয়মান যুৱকে।

বিজনীত ৰে’লৰ খুন্দাত নিহত অসম আন্দোলনৰ সক্ৰিয় নেতা

নিহত লোকজন অসম উন্নতি সভাৰ চিৰাং জিলা সমিতিৰ সভাপতি, অসম আন্দোলনৰ সক্ৰিয় নেতা তথা প্ৰাক্তন শিক্ষক ভৱানী প্ৰসাদ ৰায়।

চানমাৰীৰ ‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ উপস্থিত থাকে স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা

‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়৷

Popular