স্থানীয় বাৰ্তা

মৰিগাঁৱত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা অব্যাহত ৰাখি ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ...

একুৰি কবিৰ কবিতাৰে জীপাল সন্ধিয়া মৰিয়নিৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰ

এক বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজিৰ সন্ধিয়া ন পূৰণি কবিৰ কবিতাৰে কাব্য়ময় পৰিবেশৰ সৃষ্টি হয় ।অনুষ্ঠানটি...

অসম সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবিত অসহযোগ আন্দোলন

অসম সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবিত চতুৰ্থ দিনৰ কাৰ্যসূচী অসহযোগ আন্দোলন চলাই যাব

বাহনাত লিংগ বৈষম্য সম্পৰ্কীয় সজাগতা সভাত বাটৰ নাট প্ৰদৰ্শন

নাৰী শক্তি মহান শক্তি।সমাজত চলি অহা নাৰী আৰু পুৰুষৰ বৈষম্য তথা নাৰী নিৰ্যাতনে এই কথা যেন উপলুঙা কৰি আহিছে।সেয়ে আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা...

একালৰ এগৰাকী বিদ্ৰোহী নেতা তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা জটিল ৰোগত আক্ৰন্ত হৈ মৃত্যু

একালৰ এগৰাকী বিদ্ৰোহী নেতা । যি গৰাকী নেতাই আলফাৰ আদিপাঠ দিছিল । এবাৰ নহয় দুবাৰ নহয় পোন্ধৰ বাৰকৈ আলোচনাত মিলিত হৈছিল । এ পি...

Popular