স্থানীয় বাৰ্তা

নগৰবেৰাত বিল-জলাশয়ত উঠিছে মাছৰ উজান

নগৰবেৰাত বানপানী শুকোৱাৰ পাছত বিল-জলাশয়ত উঠিছে মাছৰ উজান বৃদ্ধাৰ পৰা কনমানি শিশুলৈকে হাতে-হাতে জাল-জাকৈ লৈ সমূহীয়া মৎস্য চিকাৰত ব্যস্ত সকলোৱেএই দৃশ্য নগৰবেৰাৰ প্ৰতিবেশী শিমলীতোলাৰ এটা...

বঙাইগাঁও চি আৰ ইউৰ ঔষধ কোম্পানীৰ ভিক্টিমাইজেছনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ: শ্ৰম বিষয়াক স্মাৰক পত্ৰ প্ৰদান

এই বছৰটোত সমগ্ৰ ভাৰতবৰ্ষত কেইবাশতাধিক মেডিকেল ৰিপ্ৰেজেনটেটিভচে নিজৰ চাকৰি হেৰুৱাবলগীয়া হৈছে,বহুতো ক্ষেত্ৰকৰ্মীক শাস্তিমূলক বদলি কৰাৰ উপৰিও বিভিন্ন ধৰনৰ শোষণ, নিৰ্যাতন চলোৱা হৈছে। ইয়াৰ বিৰূদ্ধে...

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছ পুলি ৰোপন কাৰ্যসূচী বিজনী পৌৰসভাৰ

ভাৰত বৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে দেশত পালিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি চিৰাং জিলাৰ বিজনী পৌৰসভাৰ উদ্যোগত বিজনী...

শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়ানস্থলী পশ্চিমবংগ ৰাজ্যৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ অভিযোগ ভিত্তিহীন:সত্ৰ পৰিচালনা সমিতিৰ সভা;স্থিতি স্পষ্ট : অসম -পশ্চিমবংগ ৰাজ্যকে ধৰি ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত তীব্ৰ প্ৰতিক্ৰিয়া

অসমৰ জাতীয় জনক ,যুগস্ৰষ্টা ,আধ্যাত্মিক, সাংস্কৃতিক সকলো দিশৰ সৃষ্টি কৰা মহানায়ক তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰয়ানস্থলী ইতিপূর্বৰ ৰজা নৰনাৰায়ণ তথা চিলাৰায়ৰ ৰাজ্য কমতাপুৰ...

গৌৰীপুৰৰ আলমগঞ্জত দেশী জনগোষ্ঠী মজদুৰ সংঘৰ হাতে হাতে পোষ্টাৰলৈ ১৭ নং ৰাষ্ট্ৰীয়ঘাই পথৰে পদ যাএা

গৌৰীপুৰৰ আলমগঞ্জত দেশী জনগোষ্ঠী মজদুৰ সংঘৰ হাতে - হাতে বেনাৰ -- পোষ্টাৰলৈ ১৭ নং ৰাষ্ট্ৰীয়ঘাই পথৰে পদ যাএা ৷ ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰে যোৱা ৫...

Popular