ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯৭ জনৰ মৃত্যু

কৰাচী পাকিস্তানত ভয়াৱহ বিমান দুৰ্ঘটনা ৷ প্ৰাণ গ’ল ৯৭ জনৰ ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুজন ৷ পাকিস্তান আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনছৰ A320 এয়াৰবাছ বিমানখন কৰাচীৰ জিন্নাহ...

স্থগিত হ’ব নেকি টি-২০ বিশ্বকাপ ?

বিশ্ব ক্ৰীড়াংগণত মহামাৰী ক’ৰোনা ভাইৰাছৰ দুঃপ্ৰভাৱ৷ ২০২০ চনটো বিশ্ব ক্ৰীড়াৰ বাবে গৌৰৱোজ্বল হোৱাৰ আশা আছিল৷ এই বৰ্ষতে আয়োজন কৰা হয় কেবাখনো মেগা ইভেণ্ট৷ কিন্তু...

কোৰোনা সংকটৰ সময়ত মহম্মদ ছামিৰ মহনুভৱতা : প্ৰতিদিনে ১০ হেজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

নতুন দিল্লী বিশ্ব মহামাৰী ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ভাৰততো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। এই সংকটৰ সময়ত প্ৰতিদিনে ৮-১০ হেজাৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয়...

বিশেষ বিমান যোগে বহিঃৰাজ্যৰ পৰা গেলেকী তৈলক্ষেত্ৰলৈ অ’এনজিচিৰ এশ বিষয়া : অসম আগমনৰ পূৰ্বে দুজনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ অভিযোগ

নাজিৰা যোৱা ১৭ মে'ত দিল্লী ফেৰৎ আব্দুল ছামিম আখতাৰ নামৰ এজন ছাত্ৰৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱাৰ পাছত শিৱসাগৰ জিলাৰ প্ৰথমজন ক’ৰোনা ৰোগীক লৈ সমগ্ৰ জিলাখনৰ...

যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলাচল : বিয়লি ৪ বজালৈকে ২.৩৭ লাখৰো অধিক টিকট বুকিং

অনলাইন বাৰ্তা যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই৷ এই ৰে’লবোৰৰ বাবে আজি দিনৰ ১০ বজাত...

Popular