ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ ঘটনা! মুম্বাইত হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক…

হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক। মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ধুমুহা-বৰষুণৰ বাবেই ভাঙি পৰে ১০০ ফুট ওখ ফ্রেমসহ হডিঙখন। মুম্বাই পৌৰ নিগমে...

পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ব্যতিক্ৰমী ৰূপত দেখা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাটনাৰ গুৰুদ্বাৰত লংগৰ বিতৰণ কৰা অৱস্থাত দেখা গ’ল প্ৰধানমন্ত্ৰীগৰাকীক। ৰন্ধনশালত খাদ্য প্ৰস্তুত কৰি নিজে বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত আয়েশা হাজৰিকা…

ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে আয়েশা হাজৰিকা৷ ১৯৭৫ চনত স্কটলেণ্ডতে জন্মগ্ৰহণ কৰা আশেয়া হাজৰিকা এগৰাকী সাংবাদিক, ৰাজনৈতিক বিশ্লেষক...

মন্দিৰে-মন্দিৰে কেজৰিৱাল, প্ৰথমে হনুমান মন্দিৰ, তাৰ পিছত শনি মন্দিৰ শেষত নৱগ্ৰহ মন্দিৰত পূজা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক…

উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত শনিবাৰৰ পৰা অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ চলাই। শনিবাৰে দুপৰীয়া তেওঁ কন’ট প্লেচৰ হনুমান মন্দিৰ দৰ্শন কৰিলে।...

পাকিস্তান অধ্যুষিত কাশ্মীৰত জনতাৰ প্ৰতিবাদ! ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। বন্ধ বজাৰ, বিদ্যালয়; কাৰ্যালয়…

শনিবাৰে প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ ফলত স্বাভাৱিক জীৱন-ব্যৱসায় বিঘ্নিত হোৱাৰ বাবে পাকিস্তান দখলত থকা কাশ্মীৰত উত্তেজনা অব্যাহত আছে। মুজাফ্ফৰাবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি...

Popular