উত্তৰ-পূৰ্বাঞ্চল

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰং  দৰঙৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক৷ নাম গৌৰী শংকৰ কলিতা৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাদল গাঁৱৰ গৌৰী শংকৰ কলিতাই জিলাখনত বহুদিনৰ পৰা ৰোপন কৰি আহিছিল বিভিন্ন প্ৰজাতিৰ গছপুলি৷...

বহিৰাজ্যৰ পৰা সোমাল ৩৫৯৭ জন। বাহিৰৰ পৰা অহা সকলো যাব লাগিব কোৱাৰেন্টাইনত। নতুন প্ৰত্যাহ্বানলৈ সাজু হওকঃহিমন্তবিশ্ব

দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসমলৈ ঘূৰি আহিলে সকলো থাকিব লাগিব কোৱাৰেন্টাইনত।কোনেও মধ্যবিত্তীয় মানসিকতাৰে চলিব নোৱাৰিব।ঘৰত বা ফ্লেটত থাকিলেও এই নীতি পালন কৰিবই লাগিব।আজি সংবাদমেলৰ জৰিয়তে...

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ...

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

দেওপানী ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিক অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰিছে৷ উল্লেখ্য যে যোৱা ৭ মে'ত...

মহাবিদ্যালয় গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন

নাজিৰা অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত  আৰু ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য  ইনফ্লিবনেট (UGC_ Inflibnet) কেন্দ্ৰৰ সহযোগত সোমবাৰে দিনৰ ২-৩০ বজাৰ পৰা ভিডিঅ' কনফেৰেঞ্চযোগে...

Popular