উত্তৰ-পূৰ্বাঞ্চল

নাজিৰাত ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

নাজিৰা  বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱা আহ্বানত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকে প্ৰমুখ্যে কৰি 'কা' আন্দোলনৰ...

জামুগুৰিহাটৰ কিশোৰী ধৰ্ষণকাৰী আৰক্ষী জোৱানক কাৰাগাৰলৈ প্ৰেৰণ

জামুগুৰিহাট জামুগুৰিহাটৰ লুঙিবজাৰত লকডাউনৰ মাজতেই এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ১১নং বেটেলিয়নৰ আৰক্ষী জোৱান ফুলেন ডেকাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ঘটনা...

মাৰ্ঘেৰিটাত বন্দুকেৰে খুচি যুৱকৰ পেট ফালিলে আৰক্ষীয়ে

মাৰ্ঘেৰিটা দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সমান্তৰালকৈ সোমবাৰৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘোষণা কৰা হয় সান্ধ্য আইন৷ সান্ধ্য আইন...

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

ওদালগুৰি সমগ্ৰ বিশ্বত ক’ৰ'ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷...

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ : ৰঙাঘৰলৈ ২

দুলীয়াজান সোমবাৰে নিশা দুলীয়াজান আৰক্ষী আৰু নাওহলীয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে সোমবাৰে...

Popular