Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে কৰিলে উদ্বোধন

২০১৭ চনত আধাৰশিলা স্থাপন কৰা AIIMS আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইখন হৈছে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। আজি গৰু বিহুৰ দিনাই অসমবাসীক AIIMSখন উপহাৰ দিলে
Read More...

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিবঃ অমিত শ্বাহ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত ভাষণ প্ৰদান কৰে। অমিত শ্বাহে এইবাৰ অসমৰ ১৪ খন আসনৰ ভিতৰত ১২খন আসন বিজেপিয়ে দখল
Read More...

আমাৰ এক ইঞ্চিও মাটি কোনেও বেদখল কৰিব নোৱাৰেঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১০ এপ্ৰিলত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি কিবিথুত কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ আৰম্ভ কৰে। এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয়
Read More...

ছিকিমত ভয়ংকৰ হিমস্খলন, ৬ জন লোকৰ মৃত্যু

মঙলবাৰে ছিকিমত হোৱা হিমস্খলনত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন পৰ্যটক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।  Avalanches, Sikkim
Read More...

দেশৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে উত্তৰ-পূবক লৈ আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব দেশৰ শীৰ্ষ পৰ্যটনস্থলী হিচাপে উত্থাপিত হোৱাত সুখ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ
Read More...

উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা “ভাৰত গৌৰব” ৰ দিল্লীত ফ্লেগ অফ্ কৰিলে মিনাক্ষী লেখীয়ে

"এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" আৰু "দেখো অপনা দেশ" শ্লোগান লৈ উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা আৰম্ভ কৰিলে "ভাৰত গৌৰব" ৰে'লখনে। দিল্লীৰ চফদাৰজং ষ্টেচনত মিনাক্ষী লেখীয়ে ফ্লেগ অফ্ কৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ১৫৬
Read More...

চুঙাজান ফটউ বস্তিত অসমীয়া লোকক মাৰপিট কৰা সন্দৰ্ভত দুজনক আটক নাগালেণ্ড আৰক্ষীৰ

ধনশিৰি মকুমাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ ফটউ বস্তিত ৰাম কুমাৰ চেত্ৰী নামৰ এজন অসমীয়া লোকৰ ওপৰত আক্ৰমণ কৰা দুই নগা দুৰ্বৃত্তক আটক কৰিছে নিউলেণ্ড আৰক্ষীয়ে ৷ দুদিন পূৰ্বে ৰামকুমাৰ ছেত্ৰী নামৰ এজন
Read More...

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুই পাইলট…

অৰুণাচল প্ৰদেশত সংঘটিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই পাইলট। ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত।
Read More...

দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল চাবলৈ যাওঁতে বন কৰ্মীলৈ লক্ষ্য কৰি নগাৰ গুলী বর্ষণ

মৰিয়নীৰ অসম নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি। বন বিভাগক উদ্দেশ্যি নগা দুৰ্বৃওৰ গুলীবৰ্ষণ। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি থকা নগা বেদখলকাৰীক বাধা দিবলৈ
Read More...

প্ৰধানমন্ত্ৰী মোডীৰ গুৱাহাটী ভ্ৰমণৰ বাবে যাতায়ত নিষেধাজ্ঞা জাৰি

যান-বাহন গুৱাহাটীৰ উপ-আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী হৈ উত্তৰ-পূবৰ তিনিখন ৰাজ্য মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ড ভ্ৰমণৰ বাবে অহা ৭ আৰু ৮ মাৰ্চত গুৱাহাটীত যাতায়ত বাধা আৰোপ কৰা
Read More...