Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

২১ মাৰ্চত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ৰেল আৰম্ভ কৰিব ভাৰতীয় ৰেলৱেয়ে

ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলযোগে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহ সামৰি লোৱাৰ বাবে বিশেষভাৱে ডিজাইন কৰা ভ্ৰমণ “নৰ্থ ইষ্ট ডিচকভাৰী: বিয়ণ্ড গুৱাহাটী” পৰিচালনাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেলৱেই।
Read More...

হিমন্ত বিশ্ব শৰ্মাঃ উত্তৰ-পূবত গেৰুৱা দলৰ সূৰ্যোদয়ৰ আঁৰৰ ব্যক্তিগৰাকী

উত্তৰ-পূবত বিজেপিৰ সূৰ্য উদয়ে আনন্দিত কৰি তুলিছে গেৰুৱাদলৰ প্ৰতিজনকে। ভিন্ন ভাষা-ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ উত্তৰ-পূবৰ তিনি খন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত বিজেপিৰ দৰে এটা হিন্দুত্ববাদী দলে খোপনি পুতিব পৰাটো বহুতৰে বাবে এক
Read More...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লে-“নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ…

চলি আছে ৩ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, "তিনিওখন ৰাজ্যতে হ'ব বিজেপিৰ চৰকাৰ"। সোণোৱালে
Read More...

মেঘালয়ত প্ৰথম পাঁচজন আগতীয়া ভোটাৰে লাভ কৰিলে পদক…

আগতীয়াকৈ ভোটদান আৰু শক্তিশালী ভোটদানক উৎসাহিত কৰাৰ উদ্দেশ্যে সোমবাৰে সমগ্ৰ মেঘালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা প্ৰথম পাঁচজন লোকক পদক আৰু প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ভাৰতৰ নিৰ্বাচন আয়োগেও
Read More...

বাইক ৰেলীৰে জিৰাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাক লগত লৈ অসমৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নিৰ্বাচনী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপি প্ৰাৰ্থী সকলৰ সমৰ্থনত শ্বিলং আৰু তুৰাত দুখন বৃহৎ নিৰ্বাচনী সভাত ভাগ লৈ দলটোৰ প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰে। আনহাতে গুৱাহাটীৰ গাতে লাগি থকা জিৰাং সমষ্টিত
Read More...

কাইলৈ যোৰাবাট আৰু বৰ্ণিহাটত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই; ৰাণীৰ পৰা…

মেঘালয় বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু প্ৰায় ৪১ হাজাৰ ভোটাৰ থকা ১০ নম্বৰ জিৰাং সমষ্টিতো নিৰ্বাচনী তৎপৰতা তুংগত উঠা পৰিলক্ষিত হৈছে।
Read More...

নাগালেণ্ডৰ ৱোখাত ভোট ক্ৰয়ৰ প্ৰয়াস কৰি থকা অৱস্থাত মুদ্ৰাৰ নোটৰ বাণ্ডিলসহ ধৰা পৰিল ৰাজনৈতিক এজেণ্ট

মঙলবাৰে নাগালেণ্ডৰ ৱোখা জিলাত ভোটাৰক উৎকোচ দিয়া আৰু ভোট ক্ৰয় কৰাৰ অভিযোগত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ দুজন এজেণ্টক আটক কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, ১৪ নং নাগালেণ্ড
Read More...

অসম-অৰুণাচল সীমা সমস্যাক লৈ চিলি অসমীয়া গাঁৱত কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত ৰাজহুৱা সভা

অসম-অৰুণাচল সীমা সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা। দুয়ো ৰাজ্যৰ সীমাক লৈ সময়ে সময়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী ৰাইজৰ মাজত সংঘাতৰ প্ৰায়েই সৃষ্টি হৈ আহিছে। সীমা সমস্যা সন্দৰ্ভত দুয়ো ৰাজ্যৰ মাজত হোৱা নামচাই আলোচনাৰ পিছত শঙ্কাত দিন অতিবাহিত
Read More...

উগ্ৰপন্থী সংগঠন ENNGৰ দুই সদস্যক আটক

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ ১২ নং অসম ৰাইফলছৰ দ্বাৰা "ইষ্টাৰ্ণ নাগা নেচনেল গভৰ্মেণ্ট" চমুকৈ ENNG নামৰ উগ্ৰপন্থী সংগঠনৰ দুই সদস্যক আটক। আটক কৰা দুই সদস্য ক্ৰমে লেফটেনেন্ট টাঞ্চিং
Read More...

বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ‘সৱলীকৰণ মেঘালয়’; আলোচনাৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি…

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ১৫ ফেব্ৰুৱাৰীত মেঘালয় বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। মেঘালয় ৰাজ্যৰ উন্নয়নৰ বাবে দলটোৱে কল্পনা কৰা মূল প্ৰতিশ্ৰুতিসমূহৰ
Read More...