উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি ! আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ…

মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি। আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ। মেইৰা পাইবীৰ সদস্যৰ আক্ৰমণ আৰক্ষীৰ বিষয়াৰ বাসগৃহত। বাসগৃহটোত অগ্নিসংযোগৰো চেষ্টা দলটোৰ। বাসগৃহটোৰ সামগ্ৰী ভাঙি...

শ্বিলঙত সম্পন্ন হ’ল শ্ৰী শ্ৰী বাবা গণিনাথৰ চেনুৰী পুজন উৎসৱ

শ্ৰী শ্ৰী বাবা গণিনাথৰ চেনুৰী পুজন উৎসৱৰ অনুষ্ঠানটো শ্বিলং মেট্ৰ'পলিটানত মাধেচিয়া বৈশ্যৰ দ্বাৰা অতি উৎসাহেৰে উদযাপন কৰে৷ শ্বিলং মহানগৰৰ অধ্য়ক্ষ প্ৰাণনাথ শ্বাহ,মহাসচিব গৌৰী শংকৰ...

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনা…

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনাবিষ্ণুপুৰ, চূৰাচান্দপুৰ জিলাত আক্ৰমণ-প্রত্যাক্রমণতনিহত ২ বিষ্ণুপুৰ জিলাৰ নাৰেইন চেইনা, ফুলবালাত কুকি দুৰ্বৃত্তৰ গুলীবর্ষণ কুকি দুৰ্বৃত্তৰ গুলীচালনাত ফুলবালাত নিহত গাঁওৰক্ষীবাহিনীৰ সদস্য

মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা…

মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক...

শ্বিলঙত অসমৰ পৰ্যটক আৱৰ্জনাহে ! শ্বিলঙৰ জ্যেষ্ঠ লেখক পেট্ৰিচিয়াৰ অদ্ভুত মন্তব্য়…

শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক লেখক পেট্ৰিচিয়া মুখিমে অসমৰ পৰা যোৱা পৰ্যটকে শ্বিলং-মেঘালয় লেতেৰা কৰে বুলি কোৱা কথাষাৰ ব্যাপক চৰ্চিত হৈছে। তেখেতৰ বক্তব্য অনুসৰি অসমৰ পৰা যোৱা...

Popular