Breaking

Browsing Category

মৰ্মাহত

ওদালগুৰি ভূটীয়াচাঙত পুনৰ বনৰীয়া হাতীৰ মৃত্যু…

ওদালগুৰি জিলাৰ ভূটিয়াচাঙত আজি পুনৰ এটা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে ৷ জিলাখনৰ ভূটীয়াচাং গাম্বাৰী বাগানত মৃত্যু হোৱা মখনা হাতীটো খাদ্যৰ নাটনিত মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰা হাতীটো গৰ্ভৱতী আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷
Read More...

কৰুণ ! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক…

গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷
Read More...

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ শেষ নিশ্বাস ত্যাগ…

হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰ মতে, তেওঁ যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত
Read More...

৬০ টাতকৈ অধিক চোৰাং চিকাৰীৰ সন্ধান দিয়া জ’ৰাবৰ গ’লগৈ নেদেখা দেশলৈ…

অসমৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব সফলতাৰে পালন কৰিছিল জ'ৰাবৰে।বহু চোৰাং চিকাৰীৰ সন্ধান দিছিল সি। কিন্তু অৱশেষত গ'লগৈ জ'ৰাবৰ। গ'লগৈ নেদাখা দেশলৈ।
Read More...

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছোনিয়া গান্ধী ,…

ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছোনিয়া, ৰাহুলকে ধৰি অন্যান্য কংগ্ৰেছ নেতাসকলে , আজি ইন্দিৰা গান্ধীৰ ১০৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বহু কংগ্ৰেছ নেতাই তেওঁক
Read More...

ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশত ভয়াৱহ ভূমিকম্পত নিহতৰ সংখ্যা ১৬০ৰো অধিকলৈ বৃদ্ধি…

ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশত আজি সংঘটিত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত ১৬০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। এই ভয়াৱহ দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা চহৰৰ বহু এলেকাত এতিয়াও সন্ধানহীন লোকৰ সন্ধান অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।
Read More...

ৰেডিচন ব্লুৰ স্বত্বাধিকাৰীৰ চৰম সিদ্ধান্ত…

লাহ- বিলাহৰ এটা জীৱন। অভাব নাছিল ধন সম্পত্তিৰ। ৰেডিচন ব্লুৰ দৰে পঞ্চতাৰকাযুক্ত হোটেলৰ স্বত্বাধিকাৰ আছিল তেওঁ। পিছে এই গৰাকী ধনাঢ্য ব্যক্তিৰ নাছিল মানসিক শান্তি। গাজিয়াবাদস্হিত ৰেডিচন ব্লুৰ স্বত্বাধিকাৰ অমিত জৈন। বয়স মাথো ৪৭ বছৰ।
Read More...

চাঞ্চল্যকৰ: দিল্লীত ছাত্ৰ-ছাত্ৰীয়ে অত্যাচাৰ কৰি হত্যা কৰিলে গৰ্ভৱতী কুকুৰ

বিষয়াসকলে জনোৱা মতে, দক্ষিণ-পূব দিল্লীৰ ডন বস্কো টেকনিকেল ইনষ্টিটিউটৰ প্ৰায় ২৫ জন ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে গৰ্ভৱতী ৰাজপথৰ কুকুৰ এটাক গেং আপ কৰি নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উদ্যানত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ
Read More...

নিজৰ মাতৃক হত্যা কৰি মৃতদেহৰ সৈতে ২০০ তকৈও অধিক চেলফি ললে হত্যাকাৰী পুত্ৰই , ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড…

এজন ব্যক্তিয়ে নিজৰ মাকক নিৰ্মমভাৱে হত্যা কৰা আৰু মাতৃৰ মৃতদেহৰ সৈতে চেলফি লোৱাৰ বাবে ২০ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত বাস কৰা ৩৩ বছৰীয়া ডেভিদ চুমনিয়ে ২০১৯ চনৰ আগষ্টত তেওঁৰ ৬৭ বছৰীয়া
Read More...

৫০ ঘণ্টাত ২ কোটি সংগ্ৰহ কৰিলে ৭ ভগ্নীয়ে! কিন্তু প্ৰাণ নাবাচিল একমাত্ৰ ভাতৃৰ

৭ গৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ। একমাত্ৰ ভায়েকক খুব মৰম কৰিছিল আটাইকেইজনী বায়েকে। হঠাতে নামি আহিল কাল অমানিশা। ৪ বছৰীয়া ভাতৃৰ চলিল জীৱন-মৰণৰ যুঁজ। যাক বচাবলৈ ৭ গৰাকী ভগ্নীয়ে ৫০ ঘণ্টাত ২ কোটি টকা সংগ্ৰহ কৰিছিল। চিকিৎসাৰ সময়তে মৃত্যু হয়
Read More...