Breaking

Browsing Category

মৰ্মাহত

ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশত ভয়াৱহ ভূমিকম্পত নিহতৰ সংখ্যা ১৬০ৰো অধিকলৈ বৃদ্ধি…

ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশত আজি সংঘটিত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত ১৬০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। এই ভয়াৱহ দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা চহৰৰ বহু এলেকাত এতিয়াও সন্ধানহীন লোকৰ সন্ধান অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।
Read More...

ৰেডিচন ব্লুৰ স্বত্বাধিকাৰীৰ চৰম সিদ্ধান্ত…

লাহ- বিলাহৰ এটা জীৱন। অভাব নাছিল ধন সম্পত্তিৰ। ৰেডিচন ব্লুৰ দৰে পঞ্চতাৰকাযুক্ত হোটেলৰ স্বত্বাধিকাৰ আছিল তেওঁ। পিছে এই গৰাকী ধনাঢ্য ব্যক্তিৰ নাছিল মানসিক শান্তি। গাজিয়াবাদস্হিত ৰেডিচন ব্লুৰ স্বত্বাধিকাৰ অমিত জৈন। বয়স মাথো ৪৭ বছৰ।
Read More...

চাঞ্চল্যকৰ: দিল্লীত ছাত্ৰ-ছাত্ৰীয়ে অত্যাচাৰ কৰি হত্যা কৰিলে গৰ্ভৱতী কুকুৰ

বিষয়াসকলে জনোৱা মতে, দক্ষিণ-পূব দিল্লীৰ ডন বস্কো টেকনিকেল ইনষ্টিটিউটৰ প্ৰায় ২৫ জন ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে গৰ্ভৱতী ৰাজপথৰ কুকুৰ এটাক গেং আপ কৰি নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উদ্যানত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ
Read More...

নিজৰ মাতৃক হত্যা কৰি মৃতদেহৰ সৈতে ২০০ তকৈও অধিক চেলফি ললে হত্যাকাৰী পুত্ৰই , ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড…

এজন ব্যক্তিয়ে নিজৰ মাকক নিৰ্মমভাৱে হত্যা কৰা আৰু মাতৃৰ মৃতদেহৰ সৈতে চেলফি লোৱাৰ বাবে ২০ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত বাস কৰা ৩৩ বছৰীয়া ডেভিদ চুমনিয়ে ২০১৯ চনৰ আগষ্টত তেওঁৰ ৬৭ বছৰীয়া
Read More...

৫০ ঘণ্টাত ২ কোটি সংগ্ৰহ কৰিলে ৭ ভগ্নীয়ে! কিন্তু প্ৰাণ নাবাচিল একমাত্ৰ ভাতৃৰ

৭ গৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ। একমাত্ৰ ভায়েকক খুব মৰম কৰিছিল আটাইকেইজনী বায়েকে। হঠাতে নামি আহিল কাল অমানিশা। ৪ বছৰীয়া ভাতৃৰ চলিল জীৱন-মৰণৰ যুঁজ। যাক বচাবলৈ ৭ গৰাকী ভগ্নীয়ে ৫০ ঘণ্টাত ২ কোটি টকা সংগ্ৰহ কৰিছিল। চিকিৎসাৰ সময়তে মৃত্যু হয়
Read More...

তিনিশ বছৰীয়া মছজিদত প্ৰশাসনৰ বুলড’জাৰ…

এবছৰ দুবছৰৰ নহয়। পঞ্চাশ বা এশ বছৰো নহয়। তিনিশ বছৰ গৰকা এটা মছজিদ। সগৌৰবে থিয় দি আছিল ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত। পথাচাৰী কিম্বা পৰ্যটকে হেপাহ পলুৱাই দৰ্শন কৰি প্ৰাৰ্থনা কৰিছিল। আছিল তিনিশ বছৰীয়া পুৰণি মছজিদ টো সেই স্হানত নাই।
Read More...

অতি অস্থিৰ আৰু আক্ৰমণাত্মক আছিল শ্ৰদ্ধাৰ হত্যাকাৰী আফতাব, মে মাহত চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ আহিছিল…

দেশৰ ৰাজধানী দিল্লীত লাইভ ইন পাৰ্টনাৰ শ্ৰদ্ধাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি কাটি পেলোৱা অভিযুক্ত আফটাবৰ বিষয়ে এক বৃহৎ প্ৰকাশ। তেওঁৰ ‘লাইভ ইন পাৰ্টনাৰ’ক হত্যা কৰি মৃতদেহ কাটি পেলোৱাৰ অভিযোগত আফটাব আমিন পুনাৱাল্লাৰ
Read More...

অতিৰিক্ত আৰক্ষী অধীক্ষক পুলিন দত্তৰ বিয়োগ। বৃহত্তৰ বেলতলা অঞ্চলত শোকৰ ছাঁ

অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক পুলিন কুমাৰ দত্তৰ বিয়োগত বেলতলাত শোকৰ বন্যা বৈ যোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পুলিন মহন্তৰ ১৯৪২ চনৰ ২ ফেব্ৰুৱাৰীত গোলাঘাটত জন্ম। বাৰ্ধক্যজনিত আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত
Read More...

মহানগৰীত মৰিয়াই মৰিয়াই হত্যা সুনীল শৰ্মাক…

গুৱাহাটী মহানগৰীত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ আদাগুদামত সংঘটিত গণ প্ৰহাৰৰ ঘটনা। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত সুনীল শৰ্মা নামৰ যুৱকজনক পুৱাৰ ভাগত ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছিল থানালৈ।
Read More...

প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল পিংকী…

ৰহাত আজি পুৱাই  সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বাৰপূজীয়াৰ চলহবড়ীৰ এগৰাকী মহিলাৰ। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম পিংকী বৰা ডেকা বুলি জানিব পৰা গৈছে।
Read More...