মৰ্মাহত

বিশ্বনাথ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত এজন চিকিৎসালয়ৰ কৰ্মচাৰী।

 বিশ্বনাথ চাৰিআলি নগৰত শুক্ৰবাৰে নিশা এঘাৰ মান বজাত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত হল বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন...

গোলাঘাটত পুনৰ ২ জন ক’ভিড ৰোগীৰ মৃত্যু ; মুঠ ৯ জনলৈ বৃদ্ধি হ’ল ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ

গোলাঘাটত এইপৰ্যন্ত এক ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যাই। সমান্তৰালকৈ পুনৰ দুজন ক'ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । জানিব পৰা মতে, গোলাঘাট...

টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱা মৃত্যু ৷

বৃহত্বৰ টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱাৰ ৮০ বছৰ বয়সত যোৱা ৩ মে'ত গুৱাহাটীত মৃত্যু হয় ৷ ডিগবৈ...

অসম আন্দোলনৰ কৰ্মী অমৃত গগৈৰ পৰলোক

নাজিৰাৰ সমীপবৰ্তী ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মেটেকা কুৰুলাকটীয়া গাঁও নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অমিত কুমাৰ গগৈৰ ৪ মে'ৰ পুৱা ৮-৩৫ বজাত শিৱসাগৰ চাওলুং চুকাফা...

ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত যুৱক

ৰঙিয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চ'কত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । গুৱাহাটী অভিমুখিদ্ৰুত বেগী ট‌্ৰেইলাৰ এখনে...

Popular