মৰ্মাহত

ঋতুপৰ্ণ পেণ্ডৰ হত্যা কাণ্ডক গৰিহণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী ।

দলগাও : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে  ঋতুপৰ্ণ পেগুক হত্যাকৰা ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিয়ালৰ সদস্যক আৰ্থিক অনুদান দিয়াৰ দাবী...

কঠিয়াতলীত অৰ্ধউলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ । মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ।

নগাঁও : কঠিয়াতলি বজাৰৰ মাজমজিয়াত আজি পূৱাভাগত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বজাৰখনৰ মাজত থকা এটি জিৰণিচৰাত অৰ্ধউলংগ অৱস্থাত...

অভিনেতা সুশান্তৰ শেষকৃত্যৰ সময়ত বৌৱেকৰ মৃত্যু ।

মাত্ৰ ৩৪ বছৰ বয়সতে যোৱা ১৪ জুনত আত্মঘাতী হোৱা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ দেশবাসীৰ মাজত আলোচনা অব্যাহত আছে৷ তেওঁৰ মৃত্যুত দেশত...

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ নাৰায়ণ হাজৰিকাৰ মৃত্যু।

দৈনন্দিন বাৰ্তা: জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ সৰবৰহী ব্যক্তি, সমাজকৰ্মী নাৰায়ণ হাজৰিকা(৬৪)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ দেওবাৰে হঠাৎ উচ্চ ৰক্তচাপিত ৰোগত আক্ৰান্ত হোৱাত লোকজনক ততাতৈয়াকৈ তেজপুৰস্হিত...

অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ।

ৰাষ্ট্ৰীয় বাৰ্তা  অভিনেতা সুশান্ত সিং ৰাজপুটে দেওবাৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ কিয় এই অভিনেতাজনে...

Popular