মৰ্মাহত

বকোৰ বৰুৱা বালিঝাৰত এক হৃদয় বিদাৰক ঘটনা : ভঙা ওপজাত দুৰ্বিষহ জীবন যাপন এটি কিশোৰৰ

বকো দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৰুৱা বালিঝাৰত এটি কিশোৰৰ জীবন যাপনত আহিছে অনেক ঘাত প্ৰতিঘাত। সমগ্ৰ ভাৰতবৰ্ষতেই চলি আছে লকডাউন তাৰ মাজতেই প্ৰকৃতিয়েই যেন...

টিংখাঙত আশা কৰ্মীৰ শোকাৱহ মৃত্যু, গভীৰ শোক

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাঙত বুধবাৰে পুৱা এগৰাকী আশা কৰ্মীয়ে অতি শোকাৱহভাৱে মৃত্যুক সাৱতি ল’ব লগা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণী মতে টিংখাঙৰ...

পঞ্চভূতত বিলিন হ’ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তী

ডিৰাক সীমান্ত পঞ্চভূতত বিলিনহৈ গ'ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তীৰ নশ্বৰ দেহ৷ ২০১৫ চনত স্থাপন হোৱা বৰডিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ আছিল তেওঁ৷ শেহতীয়াকৈ বাৰ্ধক্যজনিত কাৰণত চিকিৎসকৰ কাষ...

নকচু খানৰ হত্যাকাণ্ডত জড়িত দুজনক জে’ললৈ প্ৰেৰণ

ধনশিৰি লকডাউনৰ মাজতে যোৱা ১১ মেত সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ মূখ্য পথৰ কাষতে  চাৰি পাচ জনীয়া  দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত।...

Popular