মৰ্মাহত

ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজত আমিনগাঁৱত কৰুণ ঘটনা, দুই কিশোৰ এগৰাকী কিশোৰীৰ লুইতৰ সলিল সমাধি

শনিবাৰে ৰঙালী বিহু উৎসাহ উদ্দীপনাৰ মাজত উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত মেদিপাৰা অঞ্চলত এক কৰুণ ঘটনা সংঘটিত হয়। স্থানীয় দুজন কিশোৰ আৰু এজনী কিশোৰীয়ে লুইতৰ পানীত...

প্ৰবীন বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷ উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত...

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ...

লাহৰীঘাটৰ ভূৰাগাঁৱৰ জৰিবৰত অঘটন

লালি বিলৰ পানীত পৰি একে ঘৰৰ দুটি শিশুৰ সলিল সমাধি৷ শিশু দুটি হ'ল শ্বজিনা খাতুন(৪), ছাহিব ইছলাম(২)৷ শিশু দুটি মোমায়েকৰ ঘৰত ফুৰিব আহিছিল৷ শিশু...

মৰ্মান্তিক ঘটনা! অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ’ল কনমানি শিশুৰ

দৰং ওদালগুৰি জিলাৰ সীমান্তবৰ্তি ওৰাং থানাৰ অন্তৰ্গত ধনশ্ৰীত টেক্টৰৰ চেপাত এজনী কণমানিৰ মৃত্যু হয়। AS 27C 4479 নম্বৰৰ টেক্টৰৰ চেপাত কৰুণ মৃত্যুক সাৱটি লয়...

Popular