মৰ্মাহত

দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা

দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা চৰাইদেউৰ টেঙাপুখুৰীত দুৰ্ঘটনাত পতিত হৈছে বৰষৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা সাপেখাতীত অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতিছিল...

এক ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বিলাসী বাহন পৰিল ৫০ ফুট উচ্চতাৰ পৰা

গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ সন্ধ্যা- ললিতা-কান্তাৰ সংগম স্থলীত নিয়ন্ত্ৰণ হেৰুৱাই বিলাসী বাহন পৰিল ৫০ ফুট উচ্চতাৰ পৰা। জানিব পৰা মতে AS01E T9972 নম্বৰৰ বিলাসী বাহনখনত...

মুকালমুৱাৰ বনপুৰাত শিক্ষকৰ ব্লেডৰ আক্ৰমণত আহত দুই ভগ্নী। শিক্ষকৰূপী ভিনিয়েকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে আক্ৰমণ খুলশালীয়েকক

মুকালমুৱাৰ বনপুৰাত শিক্ষকৰূপী ভিনিয়েক এজনৰ আক্ৰমণত আহত হয় দুই খুলশালী। শিক্ষক তথা ভিনিয়েকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল নিজ খুলশালীয়েক ছোনিয়া পৰবিনক। খুলশালীয়েক ছোনিয়া পাৰবিনে ভালপোৱাৰ...

দুবছৰে সন্ধানহীন নলবাৰীৰ দাহুদীৰ এজন যুৱক ! পুত্ৰৰ সন্ধান বিচাৰি হাবাথুৰি পিতৃ-মাতৃৰ

নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত দাহুদীৰ এজন যুৱক বিগত প্ৰায় দুবছৰে সন্ধানহীন হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য, পশ্চিম নলবাৰীৰ দাহুদীৰ...

অসম অস্তিত্ব ৰক্ষা আন্দোলন আৰু মাধ্যম আন্দোলনৰ নেতা খনীন মহন্তৰ দেহাৱসান…

অসম আন্দোলনৰ অগ্ৰণী নেতা খনিন মহন্ত আৰু নাই। আজি বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে খনিন মহন্তই। অসমীয়া ভাষাৰ সুৰক্ষা...

Popular