বিটিআৰ শান্তি চুক্তিৰ সতে সংগতি ৰাখি বাইক ৰেলীকে ধৰি বিভিন্ন কাৰ্যসূচী অব্যাহত ৰখাৰ সমান্তৰালকৈ সোমবাৰে সন্ধিয়া ৬:০০ বজাৰ পৰা তামুলপুৰত অনুষ্ঠিত হব বিশাল সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াক লৈ তামুলপুৰত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।
বিটিআৰৰ তৃতীয় শান্তি চুক্তিৰ সতে সংগতি ৰাখি ৩০ জানুৱাৰীৰ সন্ধিয়া ৬:০০ বজাৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এটি আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া।
উক্ত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ’ব Indian Idol বিজেতা জনপ্ৰিয় শিল্পী PAWANDEEP RAJAN আৰু জনপ্ৰিয় কণ্ঠশিল্পী BIGRAI BRAHMA লগতে বেহাৰবাৰী Out Post – ৰ জনপ্ৰিয় কৌতুক অভিনেতা K.K আৰু MOHAN ।
এই সাংস্কৃতিক সন্ধিয়াক লৈ তামুলপুৰত আৰম্ভ হৈছে ব্যাপক উৎসাহ উদ্দীপনা।
পাকিস্তান চৰকাৰে প্ৰতি লিটাৰ কেৰাচিনত ১৮ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ বিত্ত মন্ত্ৰীয়ে এই সন্দৰ্ভত টুইট কৰি পেট্ৰ’ল, ডিজেল আৰু কেৰাচিনৰ নতুন মূল্য নিৰ্ধাৰণ কৰিছে।পাকিস্তানত পেট্ৰ’লৰ নতুন মূল্য হ’ব ২৪৯.৮০টকা। ইয়াৰ উপৰিও হাইস্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২৬২.৮০ টকা।
লাইট ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৮৭। কেৰাচিনৰ মূল্য ১৮৯.৮০ টকা হ’ব। উল্লেখযোগ্য যে, যদি এই ধাৰা অব্যাহত থাকে তেন্তে অহা ফেব্ৰুৱাৰীৰ ভিতৰততো আকৌ পেট্ৰ’ল, ডিজেলৰ মূল্য ৪৫ ৰ পৰা ৮০ টকা বৃদ্ধি কৰাৰ অধিক সম্ভাৱণা আছে।
Very good analysis… this country has only and only loved all Khans and at times only and only Khans…And obsessed over Muslim actresses, so it’s very unfair to accuse India of hate and fascism … there is no country like Bharat 🇮🇳 in the whole world 🥰🙏 https://t.co/wGcSPMCpq4