এইবিধ খাদ্য দ্ৰব্যক চয়াবিনৰ গোট টুকুৰা বুলি কোৱা হয়। এইবিধ খাদ্যৰ টুকুৰাত ৬০ শতাংশ পৰ্যন্ত প্ৰোটিন পোৱা যায়। লগতে ইয়াত ১২ শতাংশলৈ কেলচিয়াম আৰু আন কেতবোৰ পুষ্টি তত্ত্ব থাকে। এই আটাইবিলাক উপাদানেই মানুহৰ শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ।
এই টুকুৰাবিলাকত থকা প্ৰোটিন হজম কৰাটো আপোনাৰ পাচন যন্ত্ৰৰ বাবে এক সহজ কাম আৰু এই প্ৰোটিন সহজতে হজম হয়। শৰীৰে অতি কম সময়তে এই প্ৰোটিন শুহি ল’ব পাৰে। আপুনি যদি এইবিধ খাদ্য মাত্ৰ ৩০ দিন ধৰি একেৰাহে খাই থাকে, তেনেহ’লে আপোনাৰ শৰীৰৰ সকলো ধৰণৰ দুৰ্বলতা শেষ হ’ব আৰু আপোনাৰ শৰীৰ শক্তিশালী হৈ উঠিব।
লাখ লাখ অনুৰাগীৰ আপোন দীপলিনা ডেকাক লৈ সামাজিক মাধ্যমত চৰ্চাৰ শেষ নাই। চৰ্চাৰ শীৰ্ষত থকা এটা বিষয় অথবা প্ৰশ্ন যে, দীপলিনাৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকী কোন?
”এনেকুৱা কথা নহয় যে, মোৰ জীৱনত কোনো বিশেষ ব্যক্তি নাই”-দীপলিনা ডেকাই প্ৰথমবাৰৰ কাৰনে প্ৰকাশ কৰিলে তেওঁৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকীৰ কথা৷
কেতিয়াবা যদি কোনো ছাত্ৰ সংগঠনৰ নেতাক দীপলিনা ডেকাৰ সেই বিশেষ মানুহজন বুলি উল্লেখ কৰি সামাজিক মাধ্যমত চৰ্চা হৈছে আন কেতিয়াবা আকৌ কোনোবা ৰাজনৈতিক দলৰ নেতা।
শেহতীয়াকৈ বিশ্বনাথত অনুষ্ঠিত এক অনুষ্ঠানত দীপলিনাই তেওঁৰ জীৱনৰ বিশেষ মানুহজনক লৈ মুখ খুলিছে। অনুৰাগীৰ এক প্ৰশ্নৰ উত্তৰত দীপলিনাই ক’লে- ”এনেকুৱা কথা নহয় যে মোৰো জীৱনত কোনো বিশেষ ব্যক্তি নাই। আছে। কিন্তু সব কথাটো ক’ব নোৱাৰি।”
বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয়।