Home Blog Page 1794

এজন ব্যক্তিৰ হাঁহিয়ে ব্যক্তিত্বৰ ৰহস্য উদঙাই দিয়ে। অতীত আৰু ভৱিষ্যতৰ কথা জানিব পাৰি…

জ্যোতিষত যেনেকৈ হাতৰ ৰেখা আৰু ৰাশিফল ​​চাই মানুহৰ ভাগ্য কোৱা হয়, ঠিক সেইদৰে অ’চেন’গ্ৰাফীত মানুহৰ দাঁত চাই তেওঁৰ ভৱিষ্যতৰ কথা ক’ব পাৰি আৰু বহুতে কৰিব পাৰে সমুদ্ৰ শাস্ত্ৰ: জ্যোতিষত হাতৰ ৰেখাবোৰ চাই মানুহৰ ভাগ্য কোৱা হয়। হাতৰ ৰেখাৰ উপৰিও শৰীৰৰ টেক্সচাৰ আৰু শৰীৰৰ অংগসমূহৰ টেক্সচাৰেও ব্যক্তিজনৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই কয়। শৰীৰত নিৰ্মিত আঙুলিৰ টেক্সচাৰ বা অন্যান্য চিনবোৰে মানুহৰ ভাগ্য নিৰ্ণয় কৰাত ডাঙৰ ভূমিকা পালন কৰে। সমুদ্ৰ শাস্ত্ৰত কোৱা হৈছে যে শৰীৰত কৰা চিন বা চিনবোৰৰ বাহিৰেও বহু বস্তু মানুহৰ শৰীৰত উপস্থিত থাকে, যিবোৰ দেখি তেওঁলোকৰ ভাগ্য ক’ব পাৰি। ইয়াৰ ভিতৰত দাঁতকো অন্তৰ্ভুক্ত কৰা হৈছে। সাগৰবিজ্ঞানৰ বিশেষজ্ঞসকলে কয় যে দাঁতৰ টেক্সচাৰে এজন ব্যক্তিৰ ব্যক্তিত্ব, অতীত, ভৱিষ্যত আৰু বৰ্তমানৰ বিষয়ে বহু কথাই কয়।

দাঁতৰ আকৃতিয়ে কি কয়?


১/ নিজৰ সৌভাগ্য জনাৰ বাবে জ্যোতিষত ৰাশিফলৰ সহায় লোৱা হয়। একেদৰে সমুদ্ৰ শাস্ত্ৰতো শৰীৰৰ চিন, চিন আৰু টেক্সচাৰৰ বিষয়ে অধ্যয়ন কৰা হৈছে। সাগৰ বিজ্ঞানৰ বিশেষজ্ঞসকলে কয় যে যিসকল লোকৰ দাঁতৰ সংখ্যা ২৮, তেওঁলোকৰ জীৱনটো বহুত সংগ্ৰামৰ মাজেৰে পাৰ হয়।

২) যিসকলৰ ২৮টা দাঁত আছে তেওঁলোকৰ বাবে সাগৰ বিজ্ঞানত কোৱা হৈছে যে এনে মানুহক টেনচনেৰে আগুৰি থাকে। কিছু সফলতা পালেও মুকলিকৈ জীয়াই থাকিব পৰা নাই।

৩/ ২৯টা দাঁত থকাসকলৰ বাবে সমুদ্ৰ শাস্ত্ৰত কোৱা হৈছে যে এই লোকসকল অতি সুখী আৰু নিজৰ সুখ উপভোগ কৰে। এই মানুহবোৰৰ জীৱনত কোনো সমস্যা বা অসুবিধা নাথাকে আৰু তেওঁলোকে জীৱনটো সুখেৰে কটায়। ২৯ টা দাঁত থকা সকলৰ ওপৰত দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আছে আৰু তেওঁলোকৰ ভল্টত টকা থাকে।

৪/ যিসকল লোকৰ মাজত ৩০ টা দাঁত পোৱা যায়। তেওঁলোকৰ বাবে সমুদ্ৰ শাস্ত্ৰত কোৱা হৈছে যে এই লোকসকলে স্বাভাৱিক জীৱন যাপন কৰে। তেওঁলোকৰ জীৱনত দুখ-কষ্ট বেছি নহয়, কিন্তু সুখ বেছি নহয়, কিন্তু জীৱনত বহুত উত্থান-পতন নাই। ৩০টা দাঁত থকাসকল ধন সঞ্চয়ত বিশেষজ্ঞ।

তেতেলীৰ দ্বাৰা মুখৰ বলিৰেখা, দাগ আদি সমস্যা দূৰ কৰিব পাৰি…

তেতেলী ফেচ পেক ব্যৱহাৰ কৰিলে বলিৰেখা, মিহি ৰেখা আৰু দাগ আদি সমস্যা দূৰ কৰিব পাৰি।তেতেলী সোৱাদত টেঙা-মিঠা, গতিকে ইয়াৰ নাম শুনি সকলোৰে মুখৰ পানী আহিবলৈ আৰম্ভ কৰে। খাদ্যৰ টেঙা আৰু সোৱাদ বৃদ্ধিৰ বাবে তেতেলী ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে তেতেলীৰ সহায়ত সুস্থ আৰু উজ্জ্বল ছাল পাব পাৰি? আজি আমি আপোনালোকৰ বাবে লৈ আহিছো তেতেলী ফেচ পেক বনোৱাৰ পদ্ধতি-

তেতেলী ফেচ পেক ব্যৱহাৰ কৰিলে বলিৰেখা, মিহি ৰেখা আৰু দাগ আদি সমস্যা দূৰ কৰিব পাৰি। একে সময়তে হাইড্ৰক্সি এচিড আৰু ভিটামিন চিৰ দৰে এজেণ্টো তেতেলীত থাকে, যিয়ে মৃত ছাল আঁতৰাই ছালখন পাতল কৰাত সহায় কৰে, গতিকে জানো আহক (How To Make Tamarind Face Mask) অমিতা ফেচ পেক বনোৱাৰ পদ্ধতি….

তেতেলী ফেচ পেক বনাবলৈ অত্যাৱশ্যকীয় উপাদান-

২ চামুচ তেতেলীৰ পাল্প
১ চামুচ মুলতানি মিট্টি
১ চামুচ এলোভেৰা জেল

তেতেলী ফেচ পেক বনাবলৈ প্ৰথমে এটা বাটি লওক।
তাৰ পিছত ২ৰ পৰা ৩ চামুচ পানীত তেতেলীৰ গুড়ি দি দ্ৰৱীভূত কৰক।
ইয়াৰ পিছত ইয়াৰ পানী ভালদৰে ফিল্টাৰ কৰি সৰু বাটি এটাত ভৰাই লওক।
তাৰ পিছত এই পানীত মুলতানি মিটি আৰু এলোভেৰা জেল দিব।
ইয়াৰ পিছত এই সকলোবোৰ ভালকৈ মিহলাই লওক।
এতিয়া আপোনাৰ তেতেলী ফেচ পেক (How To Make Tamarind Face Mask) সাজু ।

তেতেলী ফেচ পেক কেনেকৈ ব্যৱহাৰ কৰিব?

তেতেলী ফেচ পেক লগাবলৈ প্ৰথমে মুখ ধুব লাগিব।
তাৰ পিছত মুখখন মচি দিয়াৰ পিছত তেতেলী ফেচ পেক ভালদৰে লগাব লাগে।
ইয়াৰ পিছত এই পেকটো মুখত প্ৰায় ১০ৰ পৰা ১৫ মিনিটমান লগাই শুকুৱাই ল’ব।
তাৰ পিছত সাধাৰণ পানীৰে মুখখন ধুই পৰিষ্কাৰ কৰক।
যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

নগাঁৱত অত্যাধুনিক সা- সুবিধা সম্পন্ন ব্ৰেথ ওৱেলছেন চেন্টাৰ মুকলি

নগাঁও চহৰৰ আনন্দ ৰাম ঢেকীয়াল ফুকন দলং আৰু নাইটিংগেল ৰেষ্টুৰেণ্টৰ সমীপৰ এ টি ৰোডৰ কাষতেই চমাদাৰপট্টিত স্থাপন কৰা ব্ৰেথ ওলেলনেছ চেন্টাৰ আৰু মালটি ছুপাৰ ইস্পিছিলিয়েতি প্ৰতিষ্ঠান খনত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰা হয়৷

এই চিকিৎসা প্ৰতিষ্ঠানখনত ক্ৰমে সকলোৰে পৰিচিত তথা মগজু ,স্পাইন আৰু নিউৰো চাৰ্জন ডাঃ চন্দন সৰকাৰ, মেডিচিন বিষেশজ্ঞ ডাঃ ৰবাটচন টিমোং, জেনেৰেল আৰু লেপাৰস্ক, পিক ছাৰ্জন ডাঃ হুছনি মোৱাৰক আকণ্ড, নাক, কান আৰু ডিঙি বিশেষজ্ঞ ডাঃ জিয়াউল হক, প্ৰসুতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ উমমে বিলকিছ আহমেদ, দাতৰ বিশেষজ্ঞ ক্ৰমে ডাঃঋষিজিৎ শইকীয়া, ডাঃ মনমী হাজৰিকা,টি.বি আৰু বুকুৰ বিশেষজ্ঞ ডাঃ অভিকেষ আগৰৱালৰ উপৰিও আৰু ভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে৷

তাৰোপৰি চিকিৎসালয়খনত পৰীক্ষাগাৰ, অত্যাধিক সুবিধাসম্পন্ন ডাক্তৰ চেম্বাৰ ২৪ ঘন্টাই ৰাইজৰ সেৱা প্ৰদান কৰি অহা ফাৰ্মাচীকে ধৰি বিভিন্ন সুবিধা উপলব্ধ থকা বুলি চিকিৎসালয় খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়াৰ লগতে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে৷

ব্যতিক্ৰমী পৰিৱেশত বটদ্ৰৱা থানৰ হাটীবহাত কেৱলীয়া ভকত সকলে উন্মোচন কৰিলে “হৰি পদ পেখয়ে নপাৱলি মাই” শীৰ্ষক বৰগীত

এক সুকীয়া ৰূপ ৰস গন্ধে ভৰপুৰ, প্ৰাচীন বিশ্বসংগীতৰ ভড়াললৈ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ এক সুবিশাল অৱদান হৈছে ‘বৰগীত’।

দুজনা গুৰুৰ ৰচিত এই বৰগীত বটদ্ৰৱা থানৰ নিত্য প্ৰসংগত শ শ বছৰ ধৰি পৰিৱেশিত হৈ আহিছে।

এক ব্যতিক্ৰমী পৰিৱেশত (বটদ্ৰৱা থানৰ হাটীবহাত) কেৱলীয়া ভকত সকলে আজি “হৰি পদ পেখয়ে নপাৱলি মাই” শীৰ্ষক এটি বৰগীত উন্মোচন কৰে।

বৰদোৱা শলগুৰি সত্ৰৰ প্ৰবীণ বায়ন, গায়ন, অংকীয়া নাটৰ শিল্পী, সত্ৰীয়া স্ংস্কৃতিৰ প্ৰশিক্ষক ৰঞ্জিত মহন্তই বিগত অৰ্ধশতিকাৰ চৰ্চা অধ্যয়ন গৱেষণাৰ অভিজ্ঞতাৰে গীতটিত কণ্ঠদান কৰি নিজে খোল-তাল সংগত কৰি নৃত্য নিৰ্দেশনা কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।

ঐতিহ্যমণ্ডিত হাটীবহাত বৰগীতটি মুকলি কৰি বটদ্ৰৱা থানৰ নামাচাৰ্য, বুঢ়া ভকত দেবেন আতৈকে প্ৰমুখ্য কৰি ভকত সকলে শিল্পী ৰঞ্জিত মহন্তক আশীৰ্বাদ প্ৰদান কৰে।

সত্ৰ মণ্ডলী বটদ্ৰবাৰ সৌজন্যত প্ৰস্তুত কৰা “হৰি পদ পেখয়ে নপাৱলি মাই” শীৰ্ষক পত্নী প্ৰসাদ নাটৰ গীতটিৰ ৰাগ-বেলোৱাৰ, তাল – ৰূপক। বৰগীতটিৰ দৃশ্যাংশত নৃত্যশিল্পী হিচাপে ভুমুকি মাৰিছে জিলমিল মহন্তই। বটদ্ৰৱা থানৰ প্ৰাচীন তথা পৰম্পৰাগত শৈলীৰ এই গীতটো আজিৰে পৰা ইউটিউবত উপলব্ধ হ’ব।


ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।

ওদালগুৰি জিলা উপায়ুক্তৰ কার্যলায়ৰ সভা গৃহত অনুষ্ঠিত কৰা উক্ত দিৱসত জিলা নিৰ্বাচনী বিষয়া দেৱাশীস বৰঠাকুৰে পৰিচালনা কৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে জিলা উপায়ুক্ত ড° সাদনেক সিংঙে।

অনুষ্ঠানত উপায়ুক্তয়ই ‌সকলোকে ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰোৱায়।

অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত বিৰাজ কুমাৰ বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বুঢ়াগোহাঁই, অতিৰিক্ত আয়ুক্ত সকল, উপায়ুক্ত আৰু নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰী, বি এল ওৰ চুপাৰভাইচাৰ , এন জি ওৰ বিষয়া আৰু ছাত্ৰ ছাত্ৰী সকলে ভাগ লয়।

উক্ত অনুষ্ঠানটেই নতুনকৈ ভোটাধিকাৰ পোৱা কিছু ছাত্ৰ ছাত্ৰীক উপায়ুক্ত মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

ন-পুৰণি সকলো ভোটাৰকে সকলো ধৰণৰ নিৰ্বাচনতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় তথা সকলোকে এই ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ অনুৰোধ জনায়।

কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক হাতেলুটে আটক ডুমডুমীয়া আৰক্ষীৰ

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই সস্তম হৈছে সিমানেই যেন একাংশই আৰক্ষীক আঙ্গুস্থ প্ৰৰ্দশন কৰি অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।

বুধবাৰে পুনৰ ধিঙৰ কাছকাটি ৰজাবাৰীত আটক কৰে কুখ্যাত ড্ৰাগছ পেডেলাৰ ছফিকুল ইছলাম।

ছফিকুলে নিষিদ্ধ ড্ৰাগছখিনি বিক্ৰীৰ বাবে যাঁওতে ডুমডুমীয়া আৰক্ষী আৰু নগাঁ‌ও কাটিমাৰীৰ CRPF ৰ ৩৪ বেটেলিানৰ অভিযানত ৰজাবাৰীত হাতেলুটে আটক কৰে।

আটকাধীন ছফিকুলৰ পৰা তিনিটা চাবোনৰ বাকচৰ পৰা ৩৬.০৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।

জানিব দিয়া মতে দীৰ্ঘদিন ধৰি ছফিকুলে চলাই আহিছিল ড্ৰাগছ বেহা।

উল্লেখনীয় বিষয় যে গণতন্ত্ৰ দিৱসৰ কাৰণে ডুমডুমীয়া আৰক্ষীয়ে তালাচি চলোৱা সময়তে আটক কৰে ছফিকুলক৷

অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ অনুৰোধত অসুস্থ সাংবাদিকক উন্নত চিকিৎসাৰ বাবে বিনামূলীয়াকৈ বাংগালুৰুলৈ প্ৰেৰণ কৰিব চৰকাৰে; সাংবাদিক দীপাংকৰ মেধিক আৰ্থিক সাহায্য প্ৰদান; গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক কৃতজ্ঞতা জ্ঞাপন ট্ৰাষ্টৰ…

অসমৰ বিভিন্ন মাধ্যমত সেৱা আগবঢ়াই থকা সাংবাদিক তথা তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে যৎপৰোনাস্তি সেৱা আগবঢ়াবলৈ গঠন কৰা সদৌ অসম সাংবাদিক কল্যাণ নিধি (অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্ট)-ৰ এটা প্ৰতিনিধিৰ দলে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক সাক্ষাৎ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা সাংবাদিক দীপাংকৰ মেধিৰ স্বাস্থ্যৰ বিষয়ে কথা পাতে। অধীক্ষক শৰ্মাই সাংবাদিকগৰাকীৰ চিকিৎসা সম্পৰ্কে প্ৰতিনিধি দলটোৰ আগত বিতংভাবে বাখ্যা কৰে।

অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোৱে সাংবাদিক মেধিৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত কিদৰে সকাহ দিব পাৰি সেই বিষয়েও অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ সৈতে আলোচনা কৰে। অধীক্ষক ডাঃ শৰ্মাই অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোৰ অনুৰোধ মৰ্মে সংবাদিক দীপাংকৰ মেধিৰ আইচিইউৰ খৰচৰ লগতে কেবিনৰ মাচুল, দৰবৰ খৰচ আদি ৰেহাই দিব বুলি কয়। সাংবাদিক দীপাংকৰ মেধিক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলগীয়া হোৱা বাবে খৰচৰ জোৰা মাৰিবলৈ ডাঃ শৰ্মাই প্ৰতিনিধি দলটোৰ সমুখৰ পৰাই তাৎক্ষণিকভাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ ফোন কৰে। ফোনতে ডাঃ শৰ্মাই সকলো কথা বিবৰি কোৱাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দীপাংকৰ মেধিক অসম আৰোগ্য নিধিৰ অধীনত সম্পূৰ্ণ চৰকাৰী খৰচত বাংগালুৰুলৈ নি অস্ত্ৰোপচাৰ কৰাৰ অনুমতি দিয়ে।

মেধিক দুসপ্তাহৰ পিছতে বাংগালুৰুলৈ উন্নত চিকিৎসাৰ বাবে নিয়া হ’ব বুলি ডাঃ শৰ্মাই প্ৰকাশ কৰে। অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, উপ-অধীক্ষক উজ্বল শৰ্মাই অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোৰ অনুৰোধ ৰক্ষা কৰি এনেদৰে বদান্যতা দেখুওৱাত প্ৰতিনিধিৰ দলটোৱে আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোত আছিল দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞি, কল্যাণ শৰ্মা, জ্যেষ্ঠ সাংবাদিক কুমুদ নাথ, ট্ৰাষ্টৰ সভাপতি দুলাল মিশ্ৰ, ট্ৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক ডিম্পুল চুতীয়াকে ধৰি ভালে কেইগৰাকী ব্যক্তি। আজিয়েই প্ৰতিনিধিৰ দলটোৱে চিকিৎসাধীন হৈ থকা সংবাদিক দীপাংকৰ মেধিক সাক্ষাৎ কৰি অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ তৰফৰ পৰা কিছু আৰ্থিক অনুদানো প্ৰদান কৰে।


উল্লেখ্য সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ বাবে ট্ৰাষ্ট এটা খোলাৰ কথা বহু দিনৰে পৰা চিন্তা-চৰ্চা কৰি অহা হৈছিল। ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোহাঞিৰ নেতৃত্বত তথা ৰাজকুমাৰ দাস, কল্যাণ মিশ্ৰ, কুমুদ নাথ আদি ব্যক্তিসকলৰ একান্ত প্ৰচেষ্টাত অৱশেষত উক্ত ট্ৰাষ্ট গঠন কৰি দিয়া হৈছে। ট্ৰাষ্টৰ সভাপতি হিচাবে দুলাল মিশ্ৰক আৰু সাধাৰণ সম্পাদক হিচাপে ডিম্পুল চুতীয়াক দায়িত্ব অৰ্পন কৰা হৈছে।

ট্ৰাষ্টে একান্ত প্ৰয়োজনৰ সময়ত সাংবাদিকসকলক বিভিন্ন ধৰণে সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উক্ত ট্ৰাষ্টৰ প্ৰতিখন জিলাতে একো খনকৈ জিলা সমিতি থাকিব ।এক কথাত কবলৈ গ’লে সেৱাৰ ক্ষেত্ৰ খনত আজিৰে পৰাই ট্ৰাষ্টৰ কাম-কাজ আৰম্ভ হ’ল। ভৱিষ্যতে সদৌ অসম সাংবাদিক কল্যাণ নিধি (অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্ট)ৰ কাম-কাজ চলাই নিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে।

অসম যুৱ পৰিষদ তৰফৰ পৰা নৱনিযুক্ত অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন…

বিগত কিছুদিন পূৰ্বে অসম গণ পৰিষৰদ যুৱ নেতা তথা নলবাৰী সমাজ জীৱনৰ লগত জৰিত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

যাৰ বাবে দলটোৰ বিষয়ববীয়া তথা তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ লগতে নলবাৰী বিভিন্ন যুৱচামে দিলীপ কুমাৰ দাসক অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰে।

সেইমৰ্মে আজি অসম যুৱ পৰিষদ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা নৱ নিযুক্ত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰাত পৰিলক্ষিত হয়। অসম যুৱ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি কিশোৰ শৰ্মা আৰু সম্পাদক গোকুল মহন্তই দিলীপ কুমাৰ দাসক ফুলাম গামোচা আৰু জাপিৰে উষ্ম আদৰণি জনায়। 

তদুপৰি যুৱনেতা দিলীপ কুমাৰ দাসৰ নেতৃত্বত অগপ দলৰ ভেটি পূৰ্বতকৈ অধিক মজবুত হব আশা প্ৰকাশ কৰে অসম যুৱ পৰিষদৰ বিষয়ববীয়া কেইগৰাকীয়ে।

গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগৰ পথ্যৰ ভূমিকা…

গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগৰ পথ্যৰ ভুমিকা পালন কৰাৰো তথ্য পোৱা যায়। দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণী নাশৰ ক্ষেত্ৰতো ই ফলদায়ক ভুমিকা গ্ৰহণ কৰে। এফালে ই কম কেলৰিসমৃদ্ধ আৰু আনফালে টক’কিনিক নামৰ ইনছুলিন উৎপাদনকাৰী এবিধ হৰম’নো সৃষ্টিকাৰী হোৱাৰ হেতুকে মধুমেহ ৰোগত ভোগা লোকৰ বাবে গাজৰ উপকাৰী বুলি কোৱা হৈছে।

অসমৰ ভেষক শাস্ত্ৰী বৈকুণ্ঠ নাথ দেৱশৰ্মাৰ মতে কেঁচুমুৰীয়াত ইয়াৰ ৰস এপোৱা ছাগলী অথবা গৰু গাখীৰৰ দৈৰ লগত দিনে দুবাৰকৈ খালে আৰু তিৰোতাৰ ৰক্তস্ৰাৱৰ সময়ত ইয়াৰ ৰস ১২০ গ্ৰামকৈ দিনে ৩-৪ বাৰ খালে উভয় ৰোগৰে উপশম হয়। ইয়াৰ যে ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বেছি থাকে সেই সন্দৰ্ভত মনোৰম বৰ্ণনা পোৱা যায় চিকিৎসক Dr. D.R. Gala, Dr. S Gala  আৰু Dr. D Gala প্ৰণীত Juice diet for perfect health শীৰ্ষক গ্ৰন্থত। তাত হিষ্টিৰিয়াত ভোগা এটি শিশু আৰু লিউকেমিয়াৰ কৱলত পৰি মৃত্যুমুখী শিশুক গাজৰৰ ৰস খুৱাই কেনেকৈ আৰোগ্য কৰা হৈছিল তাৰ সৰস বৰ্ণনা পোৱা যায়। ইয়াৰ প্ৰথমটো ৰোগত পৰা শিশু এটিৰ কাহিনী সন্নিৱিষ্ট হৈছে। জন্মৰ সময়ত সম্পুৰ্ণ সুস্থ থকা শিশু এটিয়ে ১৪ মাহ বয়সত হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কথা কোৱা হৈছে।

প্ৰথমে শিশুটি ৰোগৰ বাবে ৮ ঘণ্টা ধৰি অচেতন অৱস্থাত থকাৰ হেতুকে হাস্পতালত ভৰ্তি কৰাই চিকিৎসকে তাৰ কৰঙনত বেজীৰে ঔষধ প্ৰয়োগৰ ব্যৱস্থা কৰিছিল। তাৰ ফলত হিষ্টিৰিয়া ৰোগ কিছু ভাল হোৱা দেখা গৈছিল যদিও কিন্তু তিনি দিনলৈ শিশুটি অচেতন হৈয়ে পৰি ৰৈছিল। লাহে লাহে ৰোগী কিছু আৰোগ্যৰ পথত আগবঢ়া যেন লগা দেখাত চিকিৎসকে তাক ঘৰলৈ নিয়াৰ  উপদেশ দিয়ে আৰু লগতে তাক পুষ্টিকাৰক খাদ্য খুৱাবলৈও উপদেশ দিয়ে। কিন্তু কি আচৰিত, তাৰ দুদিনৰ পিছত পুনৰ পুৰ্বৰ অৱস্থাপ্ৰাপ্ত হৈ অতি সংকট ৰুপ ধাৰণ কৰে। তাৰ তেনে অৱস্থাই মাক-বাপেককো হতবাক কৰি তোলে আৰু নিৰুপায়ত পৰি ১২৭ জন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। কিন্তু একো ফল নধৰিল। ৰোগীৰ ৰোগৰ প্ৰকৃত কাৰণেই নিৰ্ণীত নহ’ল। কেৱল অৱস্থাৰ সামান্য উন্নতি ঘটিল। তাৰ দুবছৰ বয়সত এজন চিকিৎসকে ব্যক্ত কৰিলে যে শিশুটো আন্ত্ৰিক প্ৰদাহত আক্ৰান্ত হৈছে।

সেই সময়ত সি অসহ্যকৰ পেটৰ বিষত ছটফটাব ধৰে, খাদ্য খোৱাৰ মন নকৰে, জোৰেৰে খোৱা খাদ্য হজম নহয় আৰু তাতকৈ ডাঙৰ কথা, তাৰ পায়খানাত শাওঁ আৰু তেজ পৰাও আৰম্ভ হয়। দুখৰ বিষয়, সেই সময়ত চিকিৎসকে অক্ষমতা প্ৰদৰ্শনেৰে হাত দাঙিব ধৰে। তেনে হোৱা দেখি তাৰ মাক-দেউতাক অতি বিমোৰত পৰে। তেতিয়া তেওঁলোকৰ কোনোবা হিতাকাংক্ষী এজনে প্ৰাকৃতিক চিকিৎসকৰ কাষ চপাব পৰামৰ্শ আগবঢ়ালে। আৰু মাক-দেউতাকেও সেই অনুসাৰে দুজন প্ৰাকৃতিক চিকিৎসকৰ দ্বাৰা ল’ৰাটিৰ চিকিৎসা কৰোৱাব ধৰে। আশ্চৰ্যকৰ বিষয়, চিকিৎসকদ্বয়ে চিকিৎসাৰ নামত অন্য খাদ্যৰ উপৰি প্ৰধানকৈ গাজৰৰ ৰস খুওৱাৰ ব্যৱস্থা কৰিলে। ফলশ্ৰুতিত লাহে লাহে ৰোগে বিদায় ল’বলৈ ধৰিলে আৰু গাজৰৰ কৃপাত এদিন ল’ৰাটি সম্পুৰ্ণভাৱে ৰোগমুক্ত হৈ উঠিল। তেতিয়া  কেৱল পুৰ্বৰ ৰোগ দুৰ হোৱাই নহয়, তাৰ ২২ বছৰ বয়সত দেউতাকে গৰ্বেৰে ক’ব পৰা হ’ল-‘আগৰ বেমাৰৰ কথাতো বাদেই, তাইৰ এতিয়া জ্বৰ-কাহ আদিও নোহোৱা হৈ পৰিল।

স্বাস্থ্যৰ বাবে সেউজীয়া বুট কিমান উপকাৰী ?

আমি আপোনালোকক ক’ম সেউজীয়া বুট খোৱাৰ বহুতো উপকাৰীতা আছে। সেউজীয়া বুট হৈছে শীতকালীন শাক যি প্ৰটিন, আঁহ আৰু আইৰণৰ দৰে খনিজ পদাৰ্থৰ ভঁৰাল। সেইবাবেই স্বাস্থ্যৰ ক্ষেত্ৰত ইহঁত অতি উপকাৰী। সাধাৰণতে সেউজীয়া চৰণীয়া শাক-পাচলি প্ৰস্তুত কৰি বহু পৰিমাণে খোৱা হয়। খাবলৈ বৰ সোৱাদযুক্ত দেখা যায়। এনে পৰিস্থিতিত আজি আমি আপোনালোকক কবলৈ ওলাইছো সেউজীয়া বুট খোৱাৰ বহুতো উপকাৰ। এইবোৰ সেৱনে আপোনাৰ ওজন হ্ৰাস কৰাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, গতিকে আহকচোন সেউজীয়া বুট খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

মানসিক চাপৰ পৰা আঁতৰি থাকক

সেউজীয়া বুটত ভিটামিন বি ৯ বা ফলেটৰ দৰে গুণ থাকে। গতিকে ইয়াক সেৱন কৰিলে আপুনি মেজাজৰ পৰিৱৰ্তন, উদ্বেগ আৰু হতাশাৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকে। এনে অৱস্থাত শাক-পাচলি বা চাট বনাই খাব পাৰে।

ওজন কমাব লাগে

সেউজীয়া বুট হৈছে আঁহৰ দৰে গুণৰ শক্তিশালী স্থান। আঁহযুক্ত খাদ্য খোৱাৰ ফলত পেটটো দীৰ্ঘদিন ধৰি ভৰি থাকে, যাৰ ফলত ওজন কমাবলৈ সহায় কৰে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক

সেউজীয়া বুটত মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে গুণ আছে। ইয়াৰ বাবে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, যাৰ বাবে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকে। সেউজীয়া গ্ৰামতো উদ্ভিদৰ ষ্টেৰল চাইট’ষ্টেৰল থাকে, ই শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাত সহায় কৰে।


চুলি সুস্থ কৰি ৰাখক

সেউজীয়া গ্ৰামত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। গতিকে ইয়াক সেৱন কৰিলে আপোনাৰ চুলিয়ে ভিতৰৰ পৰা পুষ্টি লাভ কৰে। ইয়াৰ ফলত আপোনাৰ চুলি ভাঙি যোৱা, সৰি পৰা আৰু পাতল হোৱাত বাধা দিয়ে।

খাদ্যত সেউজীয়া চূণ কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি

তিয়াই সেউজীয়া গ্ৰাম খোৱাটো অতি উপকাৰী। ইয়াৰ বাবে চজিনাখিনি পানীৰ বাটি এটাত ৰাতিটো তিয়াই ৰাখিব। তাৰ পিছত পিছদিনা ৰাতিপুৱা অংকুৰিত কৰি খাব।