মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে -দিগন্ত কলিতা
মিঞা বুলি কোনো জাতি নাই। বৰ অসম কোনোবাই জুই লগালে, এই জুই আমি লাগিব নিদিওঁ। এই জুই নুমাবল চেষ্টা কৰিম আমি। মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে। এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।
এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)
এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)। দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত এজন লোক নিহত (Bike Rider Died) হোৱাৰ লগতে আহত তিনিজন লোক (2 four Wheeler Car And Bike Collided)।
বগিবিল দলঙৰ ওপৰত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মুখামুখি সংঘৰ্ষৰৰ ফলত এখন চাৰিচকীয়া বাহন দলঙৰ ওপৰতে বাগৰি পৰে।
যিসকলৰ আইৰণৰ অভাৱ হয়, তেওঁলোকে গুৰ খাব লাগিব কাৰণ গুৰত আইৰণ, ফ’লেটৰ দৰে পুষ্টিকৰ উপাদান থাকে, যিবোৰে শৰীৰৰ ৰেল ৰক্তকণিকা হ্ৰাস কৰাত ফলপ্ৰসূ।গাঁঠিৰ বিষত উপশম
গুৰ খালেও গাঁঠিৰ বিষত যথেষ্ট উপশম পাব। বহু লোক বাত ৰোগত আক্ৰান্ত হয়, তেওঁলোকে প্ৰতিদিনে পুৱা গুৰ সেৱন কৰিব লাগে। ৰাতিপুৱা গুৰ খালে শৰীৰ আৰু হাড় মজবুত হয় বুলি বিশ্বাস কৰা হয়।