মূখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই এইদৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত বৃহৎ নিযুক্তি দিবলৈ চৰকাৰখন সক্ষম হৈছে বুলি উল্লেখ কৰি মূখ্যমন্ত্ৰীৰ নেতৃত্বত অচিৰেই দেশৰ পাঁচ ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ সক্ষম হ’বই বুলিও উল্লেখ কৰে পদ্ম হাজৰিকাই৷
FILE - A schoolgirl wearing face mask, disinfects her hands before entering the Kumsong Secondary School No. 2 in the morning in Pyongyang, North Korea, on Nov. 3, 2021. North Korea announced its first coronavirus infection more than two years into the pandemic Thursday, May 12, 2022 as leader Kim Jong Un called for raising COVID-19 preventive measures to maximum levels. (AP Photo/Cha Song Ho, File)
পুনৰ ক’ভিডৰ ভয়াবহ ৰূপ। ক’ভিডে ভয়াৱহ ৰূপ লৈছে উত্তৰ কোৰিয়াত। তিনিদিনত অতিক্ৰম কৰিলে লাখৰ ঘৰ।১২ মে’ত দেশখনত প্ৰথমটো ক’ভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল আৰু বৰ্তমান দেশখনত ক’ভিড ৰোগীৰ সংখ্যা ৮,২০,৬২০। ইয়াৰে ৪২ জন লোকৰ মৃত্যু হৈছে আৰু ৩,২৪,৫৫০ জন লোক চিকিত্সাধীন হৈ আছে। ইয়াৰে বাকীখিনি ৰোগীয়ে কটাই আছে কটাই আছে এক প্ৰকাৰৰ গৃহবন্দীত্বৰ জীৱন।