শৰীৰৰ অত্যধিক ওজন বৃদ্ধিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ ফলত Obesity বা মেদবহুলতা বৰ্তমান সকলো বয়সৰ লোকৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে।
মেদবহুলতাৰ এক অন্যতম প্ৰধান কাৰণ হৈছে আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন। অধিক পৰিমাণৰ সংশোধিত খাদ্যবস্তু যেনে জাংৰ ফুদ আদি গ্ৰহণৰ ফলত মেদবহুলতাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। সেয়ে এনে খাদ্য খোৱাৰ পৰা আমি পৰাপক্ষত বিৰত থাকিব লাগে।
উল্লেখ্য যে, বিজেপি মিত্ৰজোঁটে বৃহৎ জয়লাভেৰে পৌৰনিগম দখল কৰিবলৈ সক্ষম হয়। বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড, আম আদমী পাৰ্টীয়ে ১টা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হয়। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৫নং,৬নং আৰু ২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।