হিন্দু ধৰ্মত ময়ুৰৰ পাখি অতি শুভ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে ঘৰত ময়ুৰৰ পাখি ৰাখিলে সুখ আৰু শান্তি অটুট থাকে আৰু ঘৰখনত ইতিবাচক শক্তি বিয়পাই পৰে। ময়ুৰৰ পাখি ঘৰত ৰখাৰ কিছু নিয়ম বুজাই আছে। যদি বাস্তুৰ নিয়ম পালন কৰি ময়ুৰৰ পাখি ৰখা হয়, তেন্তে শুভ ফল পোৱা যায়। ইয়াৰ লগতে ময়ুৰৰ পাখি ৰখাৰ দিশ সঠিক হ’লে ধন-সম্পত্তি লাভৰ সম্ভাৱনাও আছে। জানো আহক-
বাস্তু শাস্ত্ৰৰ মতে ঘৰখন ভালে ৰাখিবলৈ ময়ুৰৰ পাখি দক্ষিণ-পূব দিশত ৰাখিব লাগে। ইয়াৰ দ্বাৰা শুভ ফল পোৱা যায়। জ্যোতিষৰ মতে সূৰ্য্য ঈশ্বৰ আৰু ইন্দ্ৰ ঈশ্বৰক ঘৰৰ পূব দিশৰ অধিপতি বুলি গণ্য কৰা হয়।
ছিকিমত পুনৰ জয়ী হ’ল ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম।৩১খন আসন লাভেৰে জয় লাভ কৰে দলটোৱে।
আনহাতে বিৰোধী তথা পূৰ্বৰ শাসনাধিষ্ঠ দল এছ ডি এফ দলে মাত্ৰ এখন আসন লাভ কৰি দলটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে এছ কে এমৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়।
আজি পছৰীয়াত মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কালিচান্দ সেনে অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া অভাৱ শ্মশান এখন উদ্বোধন কৰে।লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী।
ইমান দিনে আত্মীয়স্বজন সৎকাৰৰ সমস্যাত ভুগি থকা ভূমিহীন লোকসকল এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সুখী অনুভৱ কৰি স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।