উদ্যোগী কৰণত মহিলাৰ ভূমিকা উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ লগতে ষ্টাৰ্টআপ পৰিবেশ তন্ত্ৰত ভাৰত আৰু ইজৰাইলৰ মাজত সহযোগীতা গঢ়িতোলাৰ উদ্দেশ্য লৈ আই আই টি গুৱাহাটীৰ প্ৰযুক্তি উদ্ভাৱন হাবত(টি আই ডি) আজি মহিলা উদ্যোগীক সৱলীকৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলানে বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত ইজৰাইলৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ভাৰত আৰু ইজৰাইলৰ মাজত থকা সমন্বয় বিষয়ে বহলাই কয়। তেওঁ এই অনুষ্ঠানৰ জৰিয়তে মহিলা সকল উপকৃত হ’ব বুলি কয়। তেওঁ লগতে কয় যে বিশ্বত মহিলা সকলক উদ্যোগীকৰণৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাত বিশেষ ভাৱে সহায় কৰিব। অৰ্থনৈতিক বিকাশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰতো ইজৰাইলৰ ৰাষ্ট্ৰদূত গৰাকীয়ে আলোকপাত কৰে।
বৃহস্পতিবাৰৰ এই অনুষ্ঠানৰ আলোচনাৰ মূল বিষয় বস্তু হল ডিজিটেল যুগত ব্যৱসায়িক বৃদ্ধি, প্ৰযুক্তিৰ লাভ উঠোৱাৰ লগতে উদ্যোগী মহিলা সকল সৱলীকৰণৰ উপৰিও লাভবান হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আই আই টি গুৱাহাটীৰ আই পি এফৰ টি আই এইচৰ প্ৰকল্প সঞ্চালক অধ্যাপক ড°এছ কে দ্বিবেডীয়ে উল্লেখ কৰে যে এই অনুষ্ঠানৰ দ্বাৰা মহিলা উদ্যোগী সকলে সন্মুখীন হোৱা বাধা সমূহৰ ক্ষেত্ৰত এই মঞ্চৰ জৰিয়তে অৰ্থপূৰ্ণ সহায় লাভ কৰিব পাৰিব। তিনিমাহ জুৰি অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত উপস্থিত থাকে ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলানেৰ উপৰিও ফিকো এফ এল অ’ৰ সভানেত্ৰী জয়শ্ৰী দাস বাৰ্মা, বিশ্ব অল উইমেন ভেন্সাৰ কেপিটেল ফাণ্ডৰ মূৰব্বী আমেৰিকাৰ নাভা শ্বেৰক্সি ছ’ফাৰ, প্ৰযুক্তি উদ্ভাৱন হাৱ আই আই টি গুৱাহাটীৰ উপাধ্যক্ষ ডীন জি কৃষ্ণমূৰ্তী,আই আই টি গুৱাহাটীৰ প্ৰযুক্তি উদ্ভাৱন হাবৰ প্ৰকল্প সঞ্চালক অধ্যাপক ড° এছ কে দ্বিবেদীৰ উপৰিও ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্ভাৱন এটাচি ড° ৰন গিডনি।
ৰাতিপুৱা ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে ভাল বুলি কোৱা হয় যদিও শেহতীয়া এক অধ্যয়নত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, যিটো আপোনাৰ বাবে জনাটো অতি প্ৰয়োজনীয়। আমি সাধাৰণতে সন্ধিয়া বা ৰাতিপুৱা ব্যায়াম কৰোঁ। সন্ধিয়া বা ৰাতিপুৱা ব্যায়ামৰ বাবে কোনটো উপযুক্ত সময় সেয়া জনাটোও আমাৰ বাবে অতি উপকাৰী।
এই অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে সন্ধিয়া ব্যায়াম কৰিলে ডায়েবেটিছ বা মেদবহুলতাৰ সৈতে জড়িত কিছুমান সহনশীলতা আৰু জটিলতা হ্ৰাস কৰাত সহায় কৰিব পাৰি, যিবোৰ সন্ধিয়াৰ শেষত গ্লুক’জৰ মাত্ৰা কম হোৱাৰ সৈতে জড়িত হ’ব পাৰে সহনশীলতা বৃদ্ধি কৰিবলৈ। মেদবহুলতাৰ সমস্যাৰ একমাত্ৰ সমাধান ব্যায়াম নহয়। কিন্তু, তেওঁ কয়, এই অধ্যয়নে প্ৰকাশ কৰিছে যে যিসকল লোকে দিনৰ এটা নিৰ্দিষ্ট সময়ত নিজৰ ব্যায়ামৰ পৰিকল্পনা কৰিব পাৰে, তেওঁলোকে হয়তো কিছুমান স্বাস্থ্যজনিত বিপদ হ্ৰাস কৰাত আটাইতকৈ সফল হ’ব পাৰে। সেইবাবে ৰাতিপুৱাতকৈ সন্ধিয়া ব্যায়াম কৰাটো অতি উপকাৰী।
Trishakti Corps, Indian Army conducted a training exercise of Anti-Tank Guided Missile (ATGM) firing at Super High-Altitude Area of 17000 Feet in Sikkim. Missile Firing Detachments from Mechanised and Infantry Units of entire Eastern Command participated in the training exercise.
The training exercise encompassed a comprehensive continuity training and live firing from different platforms on moving as well as static targets depicting battlefield conditions. The ATGM Detachments demonstrated capability to neutralize armoured threats with unparalleled lethality, ensuring mission success on treacherous mountains. The ATGM system’s performance in high-altitude environments reaffirms the aim of “Ek Missile Ek Tank”, and showcased the accuracy and effectiveness of ATGM system in Super High-Altitude terrain.