ৰাইজৰ বাৰ্তা

মৰিগাঁৱৰ জালুগুটিত দুটা পিষ্টল সহ পাঁচ জাই গুলি সহ গ্ৰেপ্তাৰ দুজন ডকাইত

যোৱা কালি নগাঁৱৰ কচুৱা দুজন ডকাইতে মৰিগাঁৱৰ জালুগুটিত ডকাইতি কৰিব আহিছিল।মৰিগাঁৱৰ জালুগুটিত এঘৰ মানুহৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আবেলিৰ পৰা খাপপিতি আছিল জালুগুটিত।...

তিনিচুকীয়া বৰহোলোঙত বৃহৎ পৰিমানৰ অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ

ৰাজ্যত প্ৰায় তিনিমাহ চোৰাং কাঠৰ  বেহা বন্ধ হোৱা বুলি বিভিন্ন মহলত গুজৱ উঠি আহিছে যদিও  সক্ৰীয় হৈ আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । আজি...

ক’ভিড পৰিস্থিতিৰ মাজতে বঙাইগাঁৱতো শাৰদীয় দুৰ্গোৎসৱ উদযাপন

মহামাৰী ক'ভিড পৰিস্থিতিৰ মাজতেই ৰাজ্যজুৰি আজি ষষ্ঠীৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ বিগত বৰ্ষত ক'ভিডৰ বাবে শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠুপীয়াকৈ উদযাপিত হৈছিল যদিও এইবাৰ...

ভাৰতে উন্নয়নমূলক প্ৰকল্পৰ বাবে কিৰগিজস্তানক ২০০ নিযুত ডলাৰ ঋণ দিব

সৌহাৰ্দ্যপূৰ্ণ আৰু গঠনমূলক আলোচনাত ভাৰতে কিৰগিজস্তানক ঋণ দিবলৈ সন্মত হৈছে । দুয়োখন দেশে ছাত্ৰ ভিছা উদাৰকৰণ আৰু প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়েও আলোচনা কৰে ভাৰতে...

মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ মাটিৰ কুখ্যাত দালাল আমজাদ হোছেইনক গ্ৰেপ্তাৰ

ৰাজ্যখনত দালাল ৰাজ, ভ্ৰষ্টাচাৰ, দুৰ্ণীতি আদি বন্ধ কৰিবলৈ অসম চৰকাৰৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাইজক কেবাবাৰো সংবাদ মাধ্যমৰ যোগেদি জনায়। দালাল ৰাজ...

Popular