ৰাইজৰ বাৰ্তা

জাতীয় কবি নীলমণি ফুকনৰ ৮৯সংখ্যক ওপজাদিন পালন।’মই দেখা নীলমণি ‘উন্মোচন।

দেৰগাঁৱৰ ঐতিহাসিক আজাদ পুস্তকালয়ৰ  উদ্যোগত পুস্তকালয়ৰ এগৰাকী  প্ৰতিষ্ঠাপক ,দেৰগাঁৱৰ সুসন্তান  তথা অসমৰ জাতীয় কবি আখ্যায়িত নীলমণি ফুকনৰ  ৮৯ সংখ্যক ওপজাদিন ১০ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ক'ভিড ...

বনমন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু তিনি গৰাকী বিধায়কৰ হোজাই উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ সভাত ৰাজ্যৰ বন ও পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক...

বন্ধন বেংকৰ লোণ লৈ স্বাৱলম্বী ৰেখা দাস

বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম...

গোলাঘাটত কাৰাবন্দী কয়দীৰ পলায়ন

গোলাঘাটত পুনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এজন দুধৰ্ষ অপৰাধীয়ে ।অভিযোগ অনুসৰি  আৰক্ষীৰ হেমাহিৰ বাবেই কটকটীয়া বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ সুবিধা...

নগাঁও বন বিভাগৰ অভিযানত জুৰীয়া- মাহগুৰিত অবৈধ কাঠফলা মিল উৎখাত

 নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ এক বিশেষ নিৰ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোবা এটি অভিযানকাৰী দলে  জিলাখনৰ জুৰীয়া মাহগুৰি...

Popular