ৰাইজৰ বাৰ্তা

তৈল উৎপাদন প্ৰতিষ্ঠানত ৯৫ শতাংশ নিযুক্তিৰ দাবী আলফা স্বাধীনৰঅ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগমলৈ ৰাজহুৱা জাননী

 ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ'এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগমলৈ ৰাজহুৱা জাননী জাৰী কৰিছে আলফা স্বাধীনে। আজি তিনিওটা প্ৰতিষ্ঠানৰ প্ৰতি জাননী জাৰী কৰি আলফা...

দেৰগাঁৱক মহকুমা ঘোষনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান গোলাঘাট জিলা আপকুৰ।বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক বিশেষ পদক্ষেপ গ্ৰহন কৰিবলৈ অনুৰোধ।

শাসনাধিষ্ঠিত প্ৰতিখন চৰকাৰকে বাৰম্বাৰ আবেদন নিবেদন  প্ৰদান  কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো এখন চৰকাৰে দেৰগাঁৱক মহকুমা গঠন কৰাৰ সিদ্বান্ত কাৰ্যকৰী নকৰিলে ।যোৱা ২০১৯...

দুমুনীচকীৰ ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ঘৰতে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতিৰৰ নামাজ

আজি পবিত্ৰ ঈদ-উল-ফিটৰ। এমাহ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ...

হৃদয়বিদাৰক! নগাঁও জিলাৰ বঢ়মপুৰত ২০ টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা।বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু। প্ৰায় ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।প্ৰাৰ্থমিক...

পৰিয়াল পৰিচয় পত্ৰত অসমীয়া ভাষাক এলাগি:জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বিটিআৰ'ৰ ওদালগুৰি জিলাত যিবোৰ নতুন পৰিয়ালৰ মাজত পৰিয়াল পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে তাত অসমীয়া ভাষাক এলাগি কৰি বড়ো আৰু বাঙালী ভাষাহে ব্যৱহাৰ কৰা...

Popular