ৰাইজৰ বাৰ্তা

দেশত নিতৌ বৃদ্ধি পাই আছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ যোৱা ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ ১৩.৯৮ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ শুকুৰবাৰে দিনটোত ৪৯ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয় বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷...

সুখৰ সজ্ঞা বিচাৰি…

জ্যোতি গগৈ সুখৰ সংজ্ঞা কি নাজানো…. অথবা কিমান পালেনো মানুহ সুখী হয় সেয়াও নাজানো। অনুভৱ কৰো, সুখ-দুখৰ সমষ্টিয়েই জীৱন। কেতিয়াবা যদি পোৱাৰ আনন্দত উল্লাসিত হৈছোঁ  কেতিয়াবা আকৌ হেৰুৱাৰ...

সোণতলীত বন্যাৰ্তক সাহায্য বিতৰণ আৰাফা ৰয়েল একাডেমিৰ

সোণতলী : দ্বিতীয়টো বানে ইতিমধ্য ৰাজ্যৰ ভিন্নপ্ৰান্ত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতে আকৌ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি হ'ব ধৰিছে৷ কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা...

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র কমল কুমাৰ মেধিক আৰটিআই কোষৰ অধ্যক্ষ ৰূপে নিযুক্তি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ কমল কুমাৰ মেধিক প্ৰদেশ কংগ্ৰেছৰ আৰটিআই কোষৰ অধ্যক্ষ ৰূপে নিযুক্তি। এই নিযুক্তি সন্দৰ্ভত দিল্লীৰ পৰা...

পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত নগাঁৱৰ বৰভেটীৰ এগৰাকী কিশোৰী। চিকিৎসাৰ বাবে সহায়ৰ আহ্বান সৰ্বস্বান্ত পিতৃ-মাতৃৰ

ননৈ : পখিলা খেদাৰ বয়সতে জীৱনৰ জটিল সংগ্ৰামত লিপ্ত হৈ দুৰাৰোগ্য  ৰোগৰ সৈতে যুঁজি ক্লান্ত হৈ পৰা এক কৰুণ কাহিনী পোহৰলৈ আহিছে নগাঁও জিলাৰ বৰভেটী অঞ্চলত। উল্লেখ্য...

Popular