ৰাইজৰ বাৰ্তা

দৰঙত এদিনতে আক্ৰান্ত ৬৭ জন, মঙলদৈ থানা হমগাৰ্ড, বন বিভাগৰ কৰ্মচাৰীও পজিটিভ। জিলা প্ৰশাসনৰ হাহাকাৰ, ৩৮ জন ৰোগীক ৰাখিবলৈ চিকিৎসালয়ত ঠাইৰ অভাৱ।

মঙলদৈ : দৰং জিলাত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোতেই ৬৭ জন লোক ক'ভিড আক্ৰান্তৰ ৰিপোৰ্ট আহিছে। জিলা তথ্য আৰু...

ঘোষণাতে আবদ্ধ নহয় কাৰ্য্য ক্ষেত্ৰতো সফল বিধায়ক বলিন চেতীয়া।

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ...

প্ৰয়াত প্ৰিয়ংকা বড়োৰ পিতৃক ৪ লাখ টকাৰ সাহৰ্য্য প্ৰদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷

আৰ্থিক অনুদানৰ পত্ৰ খাৰঘুলি হিড়িম্বাপুৰত যোৱা ২৮ জুনত সংঘটিত ভুমিস্খলনৰ ঘটনাত নিহত হোৱা গুৱাহাটী কলেজৰ মেধাবী ছাত্ৰী প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীক সোমবাৰে...

দৰিদ্ৰৰ বাবে সাহায্য হিচাপে বন্ধনৰ প্ৰতিস্থাপক চন্দ্ৰশেখৰ ঘোচ, এফ আই টি আৰু এন ই এফ আই টিৰ ৫০ কোটি টকাৰ সাহায্য ৷

গুৱাহাটী : নাৰী সবলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্য আগত লৈ চন্দ্ৰশেখৰ ঘোচে ২০০১ চনত এটি এন জি অ’ হিচাপে বন্ধন প্ৰতিষ্ঠা কৰিছিল ৷ ইয়াৰ...

নগাঁৱত সামাজিক দুৰত্ব ভৰিৰে মোহাৰি কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱাদলৰ কৰ্মী সভা। “২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ‘কা’ বিৰোধী শক্তিয়ে এশ খন আসন লাভ কৰিব”: ৰকিবুল।

নগাঁও : নগাঁৱত কংগ্ৰেছৰ ইয়ং বিগ্ৰেড সেৱা দলৰ এখন কৰ্মীসভা আজি জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। ইয়ং বিগ্ৰেডৰ জিলা সভাপতি দিব্যজ্যোতি বৰাৰ...

Popular