ৰাইজৰ বাৰ্তা

সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে ।

নলবাৰী অসমত চৰকাৰ আৰু প্ৰশাসনক ভেঙুচালি কৰি নিৰিহ জনতাৰ ওপৰত অসুৰ ৰুপে থিয় দিছে একাংশ গুণ্ডাবাহিনীয়ে । ইয়াৰ সাক্ষী হিচাবে ৰৈ গল হাজোৰ সনাতন...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম হ’ব : বলদেৱ তেলীক শীঘ্ৰে এৰাৰ দাবী ।

দিলীপ হাজৰিকা : নাজিৰা - নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা...

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ কাৰ্যালয় কৰ্মচাৰীয়ে : বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন...

দিলীপ হাজৰিকা : নাজিৰা  -- শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই...

বৰঘূলী আক্ৰমণৰ লগত জড়িত দুজন গ্ৰেপ্তাৰ । ২৬ মে’ত সংঘটিত হৈছিল জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী আক্ৰমণৰ ঘটনা ।

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬ তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত...

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী কৰ্মীয়ে বিলাইছে নিম্ন মানৰ ডেৰ-দুই কেজি পৰিমাণৰ শিশু খাদ্য ।

 এ জে আকন্দ‌, নগাঁও শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে...

Popular