ৰাইজৰ বাৰ্তা

নাজিৰাত সংবাদসেৱীক স্বেচ্ছাসেৱী সংস্থা “আশ্ৰয়”য়ে আগবঢ়ালে সহায়ৰ হাত

নাজিৰা  সমগ্র বিশ্বৰ লগতে অসমতো ক'ভিড-১৯ৰ বিৰুদ্ধে অবিৰতভাৱে চলোৱা যুঁজখনত চৰকাৰ তথা প্ৰশাসনক সহযোগিতা কৰি জনগণক সজাগ-সচেতন কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংবাদসেৱীসকলেও৷...

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট তৃতীয় পৰ্যায়ৰ লকডাউনে একপ্ৰকাৰ দিশহাৰা কৰি পেলোৱা শ্ৰমজীৱী লোকসকলৰ কাষত থিয় দিলে গোলাঘাটৰ কেইবাটাও ছাত্ৰ সংগঠনে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সাধাৰণ...

ক’ৰোনা সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা ৰক্তদাতা (এইচবিএছ)ৰ : জামুগুৰিহাটত ছেনিটাৰাইজ

জামুগুৰিহাট ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ ছেনিটাৰাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ সোমবাৰে বিয়লি...

টীয়কত দৰিদ্ৰ আৰ্তসকলৰ মাজত যুৱ ব্যৱসায়ী মনোজ বৰা

টীয়ক যোৰহাটৰ উদ্যোগী যুৱ ব্যৱসায়ী তথা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্য মনোজ বৰাই মঙলবাৰে টীয়ক সমষ্টিৰ মুঠ ১৯ খন পঞ্চায়ত সামৰি লকডাউনৰ ফলত হাহাকাৰ অৱস্থাত পৰা...

অসমলৈ আহিবলৈ উদগ্ৰীৱ ২৩ জন শ্ৰমিক, ১৩০ কিলোমিটাৰ পদব্ৰজে কৰিছে যাত্ৰা : দলত জখলাবন্ধাৰ অভিজিত দাস আৰু এগৰাকী যুৱতী

কলিয়াবৰ  বহিঃৰাজ‍্যৰ লোকৰ বাবে ৰে'ল যাতায়াত মুকলি হোৱাৰ লগে লগে অসমলৈ আহিবলৈ উদগ্ৰীৱ প্ৰতিজন বহিঃৰাজ‍্যত কৰ্মৰত লোক। ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে খোজকাঢ়ি ঘৰলৈ যাত্ৰা আৰম্ভ...

Popular