ৰাইজৰ বাৰ্তা

এশ শতাংশ নিযুক্তিৰ দাবীত সৰৱ বীৰ লাচিত সেনা : মহকুমা প্ৰশাসনক স্মাৰকপত্ৰ

নাজিৰা  ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ বাহিৰত অথবা বিভিন্ন উদ্যোগ আদিত নিযুক্ত হৈ থকা হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী ইতিমধ্যে স্বগৃহলৈ প্ৰত্যাৰ্গমন কৰিছে। এই সকল...

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰং  দৰঙৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক৷ নাম গৌৰী শংকৰ কলিতা৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাদল গাঁৱৰ গৌৰী শংকৰ কলিতাই জিলাখনত বহুদিনৰ পৰা ৰোপন কৰি আহিছিল বিভিন্ন প্ৰজাতিৰ গছপুলি৷...

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ

শিৱসাগৰ  ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই মন্তব্য ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ।...

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত লাইনমেন আৰু সহায়কৰ অভাৱ

জামুগুৰিহাট জৰুৰী সেৱাসমূহৰ ভিতৰত বিদ্যুৎ সেৱাও অন্যতম৷ কিন্তু সেই সেৱাৰ লগত জড়িত লোকৰ সংখ্যা যেতিয়া বিভাগটোত তাকৰ হয়, তেতিয়াই দেখা দিয়ে যথেষ্ট সমস্যাৰ৷ তেনে এটি...

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট  তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত...

Popular