ৰাইজৰ বাৰ্তা

তামুলপুৰত কৃত্ৰিম বানপানী

তামুলপুৰত কৃত্ৰিম বানপানী। স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়ত একাঠু পানী। একাঠু পানীৰ মাজেৰে যাব লগা হৈছে স্বাস্থ্য কেন্দ্ৰলৈ ৰোগী, চিকিৎসক, বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী। উপযুক্ত নলাৰ অভাৱত...

জোনালী নাথৰ হত্যাকাৰী ফাঁচী দিয়াৰ দাবীত গোৱালপাৰাত বিশাল প্ৰতিবাদী সমদল

গোৱালপাৰা জিলা বি জে পিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত সোমবাৰে গোৱালপাৰা জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ উদ্যোগত পাঁচ শতাধিক পুৰুষ মহিলাই...

ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব

ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াই বিভিন্ন ঠাইত তাণ্ডব চলাইছে। শ শ ৰাইজৰ ঘৰ দোৱাৰ ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত জাহ যাব ধৰিছে।ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱতো ব্ৰহ্মপুত্ৰ...

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ

বিজেপি সভালৈ নোযোৱাই যেন কাল হ'ল এহাল দম্পত্তিৰ৷ বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ৷ পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নামৰ এহাল দম্পত্তিক...

ডিকম নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয় শুভ উদ্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত সোমবাৰে শুভ উদ্ধোধন হ’ল ডিকম নাহৰতলী চাহ বাগিচা এলেকাত নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়৷ মাংগিলক কাৰ্যৰে শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ...

Popular