ৰাইজৰ বাৰ্তা

ফ্ৰান্সক অতিক্ৰম কৰি বিশ্বৰ পঞ্চম বৃহত্তম শ্বেয়াৰ বজাৰ হিচাপে নিজৰ স্থান নিশ্চিত কৰিলে ভাৰতে…

বিশ্বৰ খেলুৱৈসকলৰ বিভিন্ন হেঁচা আৰু আদানী-হিণ্ডেনবাৰ্গৰ বিফলতাৰ মাজতো ভাৰতীয় শ্বেয়াৰ বজাৰত উল্লেখযোগ্য পুনৰুত্থানৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰ ৩.৩১ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাই ভাৰতে বিশ্বৰ...

সমগ্ৰ বিশ্বক জোকাৰি যোৱা বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ মাত্ৰ তিনিদিন পিছতে, উৰিষ্যাৰ বৰগড় জিলাত আন এখন ৰে’ল হ’ল লাইনচ্যুত!

উৰিষ্যাৰ দুংগুৰিৰ পৰা বৰগড়লৈ যোৱা এখন মালবাহী ৰে'ল সোমবাৰে বৰগড় জিলাৰ মেন্ধাপালিৰ ওচৰত লাইনচ্যুত হয়। খবৰ অনুসৰি বৰগড়ত চূণশিল কঢ়িয়াই অনা মাল ৰেলখনৰ পাঁচটা বগী...

আহি আছে ‘শক্তিমান’! ২০০-৩০০ কোটি টকাৰ বাজেটেৰে ই হ’ব এখন বিশাল ছবি; অভিনয় কৰিব অভিনেতা মুকেশ খান্নাই

অভিনেতা মুকেশ খান্নাই প্ৰকাশ কৰিছে যে ‘শক্তিমান’ ছবিখনৰ চুক্তি স্বাক্ষৰিত হৈছে। "এইখন বহুত ডাঙৰ লেভেলৰ ছবি৷ ছবিখনত খৰচ হ'ব ২০০-৩০০ কোটি আৰু ইয়াক চনী...

‘গধূলি আহিল তৰা জিলিকিল’- অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে গোৱা গীতটিৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত…

অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে গান গোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী...

ভাৰতৰ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জলপানি প্ৰদান চাৰি গৰাকী শিশু নৃত্য শিল্পীলৈ

সত্ৰীয়া নৃত্যৰ ওপৰত অধিক জ্ঞান আহৰণৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে (CCRT, Scholarship)উত্তৰ গুৱাহাটী চাৰিগৰাকী ছাত্ৰীক প্ৰথমবাৰৰ কাৰণে একেলগে জলপানি আগবঢ়াইছে। তেওলোক ক্ৰমে মনময়ুৰী ঠাকুৰীয়া...

Popular