ৰাইজৰ বাৰ্তা

জল জীৱন মিছনৰ অন্তৰ্গত জলদূত কাৰ্যসূচীৰ অধীনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে “জল শালা”

কামৰূপ জিলাৰ পচৰীয়াত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি জলদূত কাৰ্যসূচীৰ অন্তর্গত "জলশালা" উন্মোচন কৰে। জলদূত কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে অষ্টম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত...

অসম কলা কৃষ্টি পৰিষদৰ উদ্যোগত সাংস্কৃতিক কাৰ্যসূচী আৰু বঁটা প্ৰদান অনুষ্ঠান

অসমৰ এক অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান অসম কলা কৃষ্টি পৰিষদৰ উদ্যোগত ১৮ মে তাৰিখে দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ সন্মিলন প্ৰেক্ষাগৃহত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বঁটা...

ভাৰতৰ পথ নিৰ্মাণত নতুন অভিলেখ, ১০০ ঘণ্টাত ১০০ কিলোমিটাৰ দিল্লী-আলিগড় এক্সপ্ৰেছৱে নিৰ্মাণ

এন এইচ ৩৪ য়ে উত্তৰাখণ্ডৰ গঙ্গোত্ৰীক মধ্য প্ৰদেশৰ লাখনাদনৰ সৈতে সংযোগ কৰিছে। ঘাইপথটোৰ দৈৰ্ঘ্য ১,৪২৬কিলোমিটাৰ। পুনৰ নিৰ্মাণৰ সময়ত, ই এক নতুন সফলতা পঞ্জীয়ন...

পৰ্যটনক্ষেত্ৰৰ শুভ বাৰ্তা! গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ’ব জলপথেৰে

গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে ই আভ্যন্তৰীণ...

জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কৰ্ম! জুইত পুৰি ছাই হ’ল আঠটা ছাগলী, ষাঠি টা হাঁহ কুকুৰা…

ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ লক্ষীগঞ্জ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শুকলাৰটাৰী গাঁৱত হয় এক নিকৃষ্ট কাণ্ড। বুধবাৰে মাজনিশা প্ৰায় এক মান বজাত দুৰ্বৃত্তই আলাদ্দি সেখ...

Popular