ৰাইজৰ বাৰ্তা

হোৱাটছএপৰ ডাঙৰ আপডেট: নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্লেটফৰ্মত অৰিজিনেল, উচ্চমানৰ ফটো প্ৰেৰণ কৰিব পাৰিব

হোৱাটছএপ হৈছে বিশ্বৰ এক জনপ্ৰিয় যোগাযোগৰ আহিলা যাৰ ভাৰতীয় ব্যৱহাৰকাৰী ৪০ কোটিৰো অধিক। কিন্তু প্লেটফৰ্মত ফটো প্ৰেৰণ কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে সমস্যাৰ সন্মুখীন হয় কাৰণ...

হাছৰাঁওবাৰী আজমল ছিনিয়ৰ ছেকোণ্ডাৰী স্কুলৰ উদ্যোগত দুখীয়াৰ মাজত বস্ত্ৰ বিতৰণ

আজমল ফাউনডেশ্বনৰ দ্বাৰা পৰিচালিত গোসাইগাঁৱৰ হাছৰাওবাৰীস্থিত আজমল ছিনিয়ৰ ছেকোণ্ডাৰী স্কুলৰ উদ্যোগত আজি শীতৰ পৰা ৰক্ষাৰ্থে দুখীয়া পৰিয়ালৰ মাজত বিনামূলীয়া বস্ত্ৰ বিতৰণ কৰে।দুখীয়াক বস্ত্ৰ দান...

টেঙাখাত তেলপানীত বাঘৰ মৃতদেহ উদ্ধাৰ

টেঙাখাত তেলপানী নদী ঘাটৰ সমীপত শনিবাৰে পুৱাৰ ভাগতে বন বিভাগে এটা নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা পৰিলক্ষিত হয়৷ জানিব পৰা মতে পুৱা ১০ মান...

ভাল খবৰ: বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ব চৰাইদেউ মৈদামৰ নাম

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন হ’ব চৰাইদেউ মৈদাম৷ আজি নিশাই ইউনেস্ক’লৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিওৱা হ’ব। আজি জনতা ভৱনত এক সংবাদমেল...

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰা ১৩,৯৯০ বৰ্গফুটৰ পিজ্জা

১৩,৯৯০ বৰ্গফুট এলেকাত বিস্তৃত ৬৮ হাজাৰৰো অধিক স্লাইচৰ পিজ্জাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰিছে। ইউটিউবাৰ এয়াৰৰেকৰ সৈতে মিলি লছ এঞ্জেলছত...

Popular