ৰাইজৰ বাৰ্তা

ক’ত ক’ত পৰৱৰ্তী ৪ দিনৰ বাবে তাপ প্ৰবাহ অব্যাহত থাকিব? ক’ত হ’ব বৰষুণ?

গৰমৰ ঢৌৱে তীব্ৰ তাপ প্ৰবাহৰ সৈতে সমগ্ৰ দেশজুৰি ইয়াৰ প্ৰভাৱ অব্যাহত ৰাখিছে। দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু মধ্য প্ৰদেশকে ধৰি...

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে? দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে?

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে...

প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰিলে নগাঁৱৰ SP-এ…

বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভা। প্ৰৱঞ্চনাৰে ধন আত্মসাত্‍ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। এইলৈ এতিয়া এতিয়া তোলপাৰ লাগিছে ৰাজ্য। ঘটনাৰ...

বিজেপি এটা দুমুখীয়া দলঃ অভিষেক বেনাৰ্জী

এদিনীয়া ভ্ৰমণসূচীলৈ বুধবাৰে গুৱাহাটীলৈ আহে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সা সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী। মমতা বেনাৰ্জীৰ দলৰ কেন্দ্ৰীয় যুৱ নেতাগৰাকীয়ে গুৱাহাটীৰ জয়া নগৰত...

অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান…

বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত স্বাক্ষৰিত হ'ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি ৷ টাটা টেকন'লজী আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ...

Popular